Himanta biswa sarma fan club

Himanta biswa sarma fan club This page is dedicated to the Honorable Chief Minister of Assam, Shri Himanta Biswa Sarma.

Stay updated with his latest speeches, policies, and developmental works.

আজি অসম কেবিনেটৰ বৈঠকত নেলী কাণ্ডৰ তিৱাৰী আয়োগৰ প্রতিবেদন বিধান সভাত দাখিলকে ধৰি অসমৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি, শিক্ষক...
25/10/2025

আজি অসম কেবিনেটৰ বৈঠকত নেলী কাণ্ডৰ তিৱাৰী আয়োগৰ প্রতিবেদন বিধান সভাত দাখিলকে ধৰি অসমৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি, শিক্ষকৰ কল্যাণ সুনিশ্চিতকৰণ, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু মৰাণ-মটক জনগোষ্ঠীৰ কল্যাণক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

In today's meeting of the , we resolved to

✅ Amend rules to ensure regularisation of 12,000 SSA teachers
✅ Boost investment in Assam Petrochemical Ltd to ₹2,267cr
✅ Allot land to indigenous families
✅ Table Tiwari Commission Report

Among others

16/10/2025

শ্ৰীপুনম ছেত্ৰীৰ দৰে সৰু পৰিয়ালৰ যুৱক-যুৱতীয়ে কঠোৰ পৰিশ্ৰমেৰে চৰকাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেওঁলোকে আজি উৎকোচ দিয়াৰ বিষয়ে চিন্তা কৰিব নালাগে বা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ দুৰ্নীতিৰ পথেৰে যাব নালাগে৷ তেওঁলোকে কেৱল অধ্যয়ন কৰি শ্ৰেষ্ঠত্ব উজাৰি পৰীক্ষা দিয়াটোৱেই মূল কাম।

Young people like Poonam Chetri, belonging to humble families are cracking Govt exams with the dint of their sheer hardwork.

Today, they don't have to worry about paying bribes or taking unfair means to crack an exam, they just have to study and give their best.

২০২৬ চনৰ ভিতৰত 'বাল্য বিবাহমুক্ত অসম'ৰ আমাৰ লক্ষ্যক বাস্তৱায়িত কৰিবলৈ ৰাজ্যৰ কন্যা সন্তানৰ সুস্থ ভৱিষ্যতৰ বাবে আমাৰ পদক...
15/10/2025

২০২৬ চনৰ ভিতৰত 'বাল্য বিবাহমুক্ত অসম'ৰ আমাৰ লক্ষ্যক বাস্তৱায়িত কৰিবলৈ ৰাজ্যৰ কন্যা সন্তানৰ সুস্থ ভৱিষ্যতৰ বাবে আমাৰ পদক্ষেপ অব্যাহত ৰাখিছোঁ৷ এই পদক্ষেপক আমি ইতিমধ্যে শক্তিশালী ৰূপত আগবঢ়াই নিছোঁ৷ এই অক্টোবৰ মাহতে দীপাৱলীৰ পাছত নিযুত মইনা-২.০ৰ ধনৰাশি আমাৰ কন্যা শিক্ষাৰ্থীসকলৰ বাবে মুকলি কৰিম৷

The fight for the future of our girls continues strongly as we aim to realise our goal of a Child Marriage Free Assam by 2026.

The with expanded coverage will roll out to our girls in October, after Diwali which will empower them to continue with their education.

আমাৰ বাবে সুখৰ বতৰা যে এজাক স্বপ্নপিয়াসী নৱ প্ৰজন্মই অসম আৰক্ষীৰ মৰ্যাদাপূৰ্ণ খাকী পোছাকযোৰ পিন্ধি আই অসমীৰ সেৱা আগবঢ়াব...
12/10/2025

আমাৰ বাবে সুখৰ বতৰা যে এজাক স্বপ্নপিয়াসী নৱ প্ৰজন্মই অসম আৰক্ষীৰ মৰ্যাদাপূৰ্ণ খাকী পোছাকযোৰ পিন্ধি আই অসমীৰ সেৱা আগবঢ়াবলৈ সাজু হৈছে৷ এই বিশেষ সফলতাৰে কৃতকাৰ্য হোৱা মোৰ প্ৰতিগৰাকী মৰমৰ ভাগিনলৈ জনাইছোঁ অভিনন্দন।

তোমালোক সকলো আগবাঢ়া আৰু অতি নিষ্ঠা তথা স্বাভিমানেৰে ৰাষ্ট্ৰৰ সেৱা কৰা 🇮🇳

So many bright minds are now ready to serve Aai Asomi donning the proud Khaki of Assam Police

Congratulations to all my dear Bhagins on making it.

Serve the nation with pride and glory 🇮🇳

আমাৰ নাৰী শক্তিক ঔদ্যোগিকৰণৰ দিশত সবল কৰি আদৰ্শ নাৰী শক্তিলৈ ৰূপান্তৰ কৰিবলৈ আমি ভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ৷ আত্মসহায়ক...
11/10/2025

আমাৰ নাৰী শক্তিক ঔদ্যোগিকৰণৰ দিশত সবল কৰি আদৰ্শ নাৰী শক্তিলৈ ৰূপান্তৰ কৰিবলৈ আমি ভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ৷ আত্মসহায়ক গোটৰ সদস্যাসকলক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি তিনিচুকীয়া সমষ্টিৰ অন্তৰ্গত ১৪,৩০১গৰাকী হিতাধিকাৰীসকলক প্রাৰম্ভিক পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ৷ আগন্তুক সময়ত অসমৰ প্ৰতিটো অঞ্চলৰ পৰা যোগ্য বিবেচিত নাৰী শক্তিক এই পুঁজি বিতৰণ কৰা হ'ব৷

Igniting the spirit of entrepreneurship 💪🏼📈

In Tinsukia, I distributed Seed Fund of ₹10,000 each to over 14,000 women who will now be able to set up and scale their businesses.

We are providing all round support to our Nari Shakti to stir an economic renaissance in Assam.

সবলীকৃত নাৰী, সবল অৰ্থনীতি …আত্মসহায়ক গোটৰ সদস্যাসকলক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে অব্যাহত ৰখা মুখ্যম...
05/10/2025

সবলীকৃত নাৰী, সবল অৰ্থনীতি …

আত্মসহায়ক গোটৰ সদস্যাসকলক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে অব্যাহত ৰখা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে আজি বিশ্বনাথ সমষ্টিৰ প্ৰায় ৩৫ হাজাৰগৰাকী আৰু বিহালী সমষ্টিৰ প্ৰায় ৩ হাজাৰগৰাকীকে ধৰি গ্রামাঞ্চল আৰু নগৰাঞ্চলৰ মুঠ প্ৰায় ৩৮ হাজাৰগৰাকী হিতাধিকাৰীলৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত ১০ হাজাৰ টকাকৈ চেক প্ৰদান উপলক্ষে বিশ্বনাথত আয়োজিত অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ। এই আঁচনিখনৰ জৰিয়তে ৰাজ্যত নাৰী উদ্যমিতাৰ বাবে ৰাজ্য চৰকাৰে ৩,০৩৮ কোটি টকা ব্যয়ৰ লক্ষ্য লৈছে।

Enabling a women-led economic revolution in Assam 🚀

Through , we are not just extending one time ₹10,000 seed capital to our women, but have a clear pathway of how we will provide up to ₹85,000 in 3 years.

Today, over 38,000 women received their seed fund in Biswanath.

Its rightly said that your culture is safe and thriving if the next generation is involved in its preservation.In Assam,...
04/10/2025

Its rightly said that your culture is safe and thriving if the next generation is involved in its preservation.

In Assam, I am always amazed at how our children and youth keenly take part in religious and cultural festivities and in many cases lead the affairs.

Here to thrive💪🏼

বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ সৈতে কথা পাতিবলৈ আজি সন্ধিয় ৬ বজাত ফে'চবুক লাইভ আহি আছোঁ৷ আপোনালোক সকলোৱে সংযুক্ত হ...
03/10/2025

বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ সৈতে কথা পাতিবলৈ আজি সন্ধিয় ৬ বজাত ফে'চবুক লাইভ আহি আছোঁ৷ আপোনালোক সকলোৱে সংযুক্ত হ'ব বুলি মই আশা কৰিছোঁ৷

শাৰদীয় দুৰ্গোৎসৱত মহা অষ্টমীৰ এক বিশেষ গুৰুত্ব আছে। আজিৰ দিনটোত বিভিন্ন পূজা মণ্ডপ কুমাৰী পূজা, পুষ্পাঞ্জলি আৰু সন্ধি প...
02/10/2025

শাৰদীয় দুৰ্গোৎসৱত মহা অষ্টমীৰ এক বিশেষ গুৰুত্ব আছে। আজিৰ দিনটোত বিভিন্ন পূজা মণ্ডপ কুমাৰী পূজা, পুষ্পাঞ্জলি আৰু সন্ধি পূজা উদযাপনৰ সাক্ষী হৈ ৰওঁ।

দিনটোৰ জিলিঙনি

शारदीय दुर्गा उत्सव में महा अष्टमी का एक विशेष स्थान है। असम के विभिन्न पंडालों में आज कुमारी पूजा, पुष्पांजलि और संधि पूजा के साथ इस पावन दिन को मनाया गया।

30/09/2025

ৰাইজৰ সান্নিধ্যই শাৰদীয় দুৰ্গোৎসৱৰ বতৰত আমাৰ বাবে আশিস স্বৰূপ৷

पंडाल भ्रमण के दौरान एक प्यारी बहन से भेंट हुई, उसकी मुस्कान में माँ दुर्गा की करुणा और शक्ति दोनों की झलक थी।

28/09/2025

ৰাজ্য চৰকাৰে শ্ৰীশ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি, ৰাজ্য চৰকাৰেও শ্ৰী মহন্তৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব।

The State Government has decided to prohibit Shri Syamkanu Mahanta and any organisation associated with him from holding any functions or festivals within the State of Assam. Further, the State Government will not provide any financial grant, advertisement, or sponsorship to any event with which he is associated, either directly or indirectly. The State Government will also request the Government of India not to extend any financial assistance or sponsorship to him in any manner.

"কোনে কাক বিদায় জনাব পাৰে, হৃদয়ত খোদিত যাৰ সঠিক ঠিকনা"প্ৰাণৰ শিল্পী আমাৰ, অনন্তকাললৈ তুমি অসমবাসীৰ হৃদয়ত থাকিবা৷ হে বিশ...
23/09/2025

"কোনে কাক বিদায় জনাব পাৰে,
হৃদয়ত খোদিত যাৰ সঠিক ঠিকনা"

প্ৰাণৰ শিল্পী আমাৰ, অনন্তকাললৈ তুমি অসমবাসীৰ হৃদয়ত থাকিবা৷ হে বিশাল মহাকাব্য, তুমি সমৃদ্ধ কৰিলা অসমভূমিক৷

অসমবাসীৰ হৈ শেষ শ্ৰদ্ধাঞ্জলি 🙏

Address

Ambari

Website

Alerts

Be the first to know and let us send you an email when Himanta biswa sarma fan club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share