BBN Plus

BBN Plus to broadcast local news and views about current topics.

11/06/2026

মনে মনে বনাই দিলে এটা শ্ৰেণী কোঠা(Class Room).

ইতিহাস ৰচিলে ডাক্তৰ ইশ্বৰাত নাজে....আমবাৰীৰ জীয়ৰী আজি ডাক্তৰ হ'ল।▪️সদ্য ঘোষিত MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আম...
11/06/2026

ইতিহাস ৰচিলে ডাক্তৰ ইশ্বৰাত নাজে....
আমবাৰীৰ জীয়ৰী আজি ডাক্তৰ হ'ল।

▪️সদ্য ঘোষিত MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আমবাৰীৰ জীয়ৰী ডাঃ ইশ্বৰাত নাজ।
▪️MBBS ডিগ্ৰী অৰ্জন কৰা ইশ্বৰাত নাজ আমবাৰীৰ প্ৰথম ছোৱালী। আমবাৰীৰ ইতিহাসত ডাঃ ইশ্বৰাতৰ নাম সদায় লিপিবদ্ধ হৈ থাকিব।
▪️ইশ্বৰাত নাজ হোজাই আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰয়াত আব্দুল্লাহ ছাৰৰ জেষ্ঠ্য কন্যা আৰু বিশিষ্ট ইছলামিক পণ্ডিত তথা বিদগ্ধ আলিম প্ৰয়াত মৌলানা আব্দুৰ ৰকিব চাহাবৰ নাতিনী।
▪️সৰুতে পিতৃহাৰা হোৱা ডাঃ ইশ্বৰাত নাজৰ এই সফলতা ইমান সহজ নাছিল। ইয়াত ইশ্বৰাতৰ মাতৃৰ আছে অতুলনীয় ত্যাগ আৰু অৱদান। মাতৃৰ অহৰহ প্ৰচেষ্টা আৰু দৃঢ় সংকল্পৰ বাবে আজি এই স্থানত উপনীত হ'বলৈ সক্ষম হৈছে ইশ্বৰাত।
▪️ইশ্বৰাতৰ পিতৃৰ সপোন আছিল ছোৱালীক ডাক্তৰ বনোৱা আৰু স্বামীৰ শেষ ইচ্ছা পুৰণ কৰিবলৈ কোনো ধৰণৰ ক্ৰুটি নকৰিলে ইশ্বৰাতৰ মাতৃয়ে। তেখেতৰ ত্যাগ আৰু পৰিশ্ৰমৰ ফল ইশ্বৰাত।
▪️ইশ্বৰাতৰ সফলতাত উৎফুল্লিত আজি বৃহত্তৰ আমবাৰীবাসী। আমবাৰীৰ মানুহেও আজি গৌৰৱবোধ কৰিছে।
▪️ইশ্বৰাত আমাৰ সমাজৰ বাবে প্ৰেৰণাৰ উৎস, ইশ্বৰাতৰ সফলতাৰ পৰা বহু ছাত্ৰ-ছাত্ৰী অনুপ্ৰাণিত হ'ব উৎসাহিত হ'ব 💥
▪️ইশ্বৰাতলৈ আমাৰ শুভেচ্ছা থাকিল। ইশ্বৰাত আৰু আগুৱাই যাওক, সমাজৰ হকে, দেশৰ হকে কাম কৰি যাওক, অসহায় দৰিদ্ৰ ৰোগাক্ৰান্ত সকলৰ আশাৰ প্ৰদীপ হৈ জিলিকি উঠক, এয়াই আমাৰ কামনা 🥰

11/06/2026

ঈদেৰ নামাজেৰ দৃশ্য 💥

22/05/2026

Ambari Higher Secondary School.

22/05/2026

কথা মতে কাম। সৰ্বোচ্চ নম্বৰ লাভ ছাত্ৰ-ছাত্ৰীক নগদ ধনৰে পুৰস্কৃত কৰিলে।।

12/05/2026

▪️দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই
▪️ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱালে শপত বাক্য

12/05/2026

▪️দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই।
▪️ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱালে শপত বাক্য।

13/02/2026

Maulana Azad Senior Secondary School ত admission দিব নেকি ?

11/02/2026

কেৱল মাত্ৰ পুৰুষৰ বাবে......🎊😍

'সকলো মিঞা মুছলমান অচিনাকী লোক নহয়। ৫১ চনৰ আগত অহাও বহুতো মিঞা মুছলমান আছে। তেওঁলোক খিলঞ্জীয়া মুছলমান। আমি সাম্প্ৰদায়িকভ...
07/02/2026

'সকলো মিঞা মুছলমান অচিনাকী লোক নহয়। ৫১ চনৰ আগত অহাও বহুতো মিঞা মুছলমান আছে। তেওঁলোক খিলঞ্জীয়া মুছলমান। আমি সাম্প্ৰদায়িকভাৱে এই কথা কোৱা নাই'। মিঞা মুছলমান সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Address

Ambari

Alerts

Be the first to know and let us send you an email when BBN Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share