BMC Live 24

BMC Live 24 9678641509

15/09/2025

আহক মঞ্চত বেবী সাহাই গীত পৰিৱেশন কৰা গীতটো শুনো।

13/09/2025

D-Voter লৈ মুখ্যমন্ত্ৰীয়ে কি কয় শুনক



09/09/2025

বাঙালী আৰু মুছলমান জনগোষ্ঠীৰ
ডি -ভোটাৰ গোচৰৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াভাৱে সহায় কৰিৱ বুলি আশ্বাস প্ৰদান কৰে বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।


লাৱদাংগুৰীৰ দূৰ্গা পূজাৰ বিশেষ আকৰ্ষণ
03/09/2025

লাৱদাংগুৰীৰ দূৰ্গা পূজাৰ বিশেষ আকৰ্ষণ

03/09/2025

-ননৈ ৰেঞ্জৰ অধিনত ভুটিয়াচাং চাহ বাগিচাৰ পৰা ৬ মহীয়া হাতী পোৱালি উদ্ধাৰ বন বিষয়াৰ*

ওদালগুৰি জিলাৰ ননৈ ৰেঞ্জৰ অধিনত ভুটিচাং চাহ বাগিচাৰ মাজত বনাঞ্চলৰ পৰা জনাঞ্চল লৈ খাদ্যৰ সন্ধান নামি অহা বনৰীয়া হাতীৰ জাক তথা মাতৃৰ পৰা প্ৰায় ৬ মহীয়া হাতী পোবালি এটা বিছিন্ন হৈয় বাগিচা খনতে থাকি যায়। ২ চেপ্তেম্বৰ তাৰিখে মাতৃৰ পৰা বিছিন্ন হোৱা হাতী পোবালি টো বগান খনৰ ৰাতিপুৱা শ্ৰমিক সকলে দেখা পাই বন বিষয়া সকলক খবৰ কৰে। বন বিষয়া আৰু কৰ্মচাৰী সকলে গোটেই দিন নিৰীক্ষণ কৰি থকাৰ লগতে নীশা হাতীৰ জাকটো বাগিচা খনলৈ খেদি পঠিয়া ।

“Musuka Basumatary filed his nomination as an independent candidate from the 18 No. Manas Serfang constituency.”
03/09/2025

“Musuka Basumatary filed his nomination as an independent candidate from the 18 No. Manas Serfang constituency.”

বিজনীত বিজেপি দলৰ  তিনিওটা প্ৰাৰ্থীয়ে দলে দলে সমৰ্থক লৈ মনোনয়ন পত্ৰ দাখিল কৰে‌।চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত BTC ...
02/09/2025

বিজনীত বিজেপি দলৰ তিনিওটা প্ৰাৰ্থীয়ে দলে দলে সমৰ্থক লৈ মনোনয়ন পত্ৰ দাখিল কৰে‌।

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত BTC ৰ তিনিওটা পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থীসকলে আজিৰ দিনটোত দলে দলে সমৰ্থক সহ নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে।

বিজেপিৰ প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকল হ'ল –

১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায় ,

১৮ নং মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সূভাষ চন্দ্ৰ বসুমতাৰী,

১৭ নং সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰী

এই প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ লগতে শোভাযাত্ৰাত সংগ দিয়ে
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কৌশিক ৰায় ,
অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস , চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়

---

22/08/2025

বিপিএফৰ সভাত বিহুৱা হুঁচৰি দলৰ গীত মাত নৃত্য প্ৰদৰ্শন

06/08/2025

পানবাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

মানস ছেৰফাং পৰিষদীয়‌ সমষ্টিবাসী ৰাইজৰ সমস্যা সমূহ সমাধান কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

27/07/2025

বিজেপিৰ প্ৰা: নেতা শিৱনাথ ব্ৰহ্মই আজি আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান।

16/07/2025

#এজাক হাতীক দেখিবলৈ খুবে ধুনীয়া দেখা গৈছে।

24/06/2025

শিল্পী koch ৰ গীত উপভোগ কৰোঁ আহক।

Address

Amguri Bazar
783390

Website

Alerts

Be the first to know and let us send you an email when BMC Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BMC Live 24:

Share