MX NUR

MX NUR Writer, photographer, videographer

*তোমাক ভাল পাও*             (don't copy)বহু যুগৰ অপেক্ষাৰ পাছতবাস্তৱত লগ পাবলৈ সীমাহিন হেঁপাহ আছিল যদিওসময়ে দিলে বহু বি...
08/06/2026

*তোমাক ভাল পাও* (don't copy)

বহু যুগৰ অপেক্ষাৰ পাছত
বাস্তৱত লগ পাবলৈ সীমাহিন হেঁপাহ আছিল যদিও
সময়ে দিলে বহু বিষাদ বেদনা
হব পাৰোঁ মই দুষ্ট-নষ্ট লৰা
কিন্তু
মোৰ প্ৰেমৰ পৰিধি তুমি বুজি নাপাবা নুবুজিবা.....

তোমাক ভাল পাওঁ বাবেই
কেতিয়াবা নদী হওঁ,
কেতিয়াবা বালি হও,
কেতিয়াবা আকৌ তৰা হৈ জোনৰ লগত কথা কওঁ
জানোচা তোমাক এবাৰ লগ পাও....

ফুল মোৰ মৰমৰ , ফুল মই ভাল পাওঁ
তোমাৰ ওঠৰ সেই মিঠা হাঁহি টো সদাই জানো দেখা পাও।
সেইবাবে
সুবাস বিলাই তোমাৰ হিয়ত
ফুলিব মই ভাল পাওঁ ।

তুমি নজনাকৈয়ে মলয়া যাক হৈ সদাই তোমাক চুই যাও

তোমাক ভাল পাওঁ বাবেই এতিয়া তোমাৰ অপেক্ষা কৰিও মই ভাল পাওঁ
অথচ তোমাৰ বাবে শূণ্য হবও মই ভাল পাও...

Zubeen Garg

*পোহৰ বিচাৰো*             (don't copy)কটা মৰাৰ খেলা বহু দেখিলোঁ,শান্তি বিচৰাটো অপৰাধ শুনিলো,কত যাওঁ, কাক কম, কোনেনো বুজি...
07/06/2026

*পোহৰ বিচাৰো* (don't copy)

কটা মৰাৰ খেলা বহু দেখিলোঁ,
শান্তি বিচৰাটো অপৰাধ শুনিলো,
কত যাওঁ, কাক কম, কোনেনো বুজিব, কোনেনো শুনিব ?
আত্মীয় স্বজনেও বোজা হে বুলিব ।।
চিঞৰি চিঞৰি কব খোজো যে...
আন্ধাৰ সকলো,
অন্ধকাৰ সহিব নোখোজো ।
আন্ধাৰে আৱৰা জীৱন যদিও
ভাগৰিব ও নোখোজো ।
দুদিনৰ জীৱন মাথো
অলপ হাহিব দিয়া
পাৰিম হাহিব দুখটো,
কটা মৰাৰ খেলা চাব নোৱাৰো ।
পাৰ যদি পোহৰ দিয়া
অলপ পোহৰ বিচাৰো ।
আন্ধাৰে আৱৰা জীৱনত
সূৰ্যোদয় হোৱাটো বিচাৰো ।





10/01/2026
Status video . sabo he abr
23/06/2023

Status video . sabo he abr

A nice Assamese song status video short video Zubeen Garg (Ati mitha hahi)A Nice song of Our hurt Zubeen Garg ...

07/05/2023

मन, मनोबल और मां
इन्हें कभी कमजोर न समझे
ये अपनी ताकत से दुनिया में
बड़े से बड़ा बदलाव ला सकते हैं।

06/05/2023

আগৰ দিনৰ প্ৰেম প্ৰাকৃতিক আছিল
আৰু
এতিয়াৰ প্ৰেম বোৰ ‌কৃতিম হৈ পৰিছে । সাৰ পানী নহ'লে নচলেই

Address

Baihata

Telephone

+919101459084

Website

Alerts

Be the first to know and let us send you an email when MX NUR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MX NUR:

Share