01/01/2026
মনৰেগা বিলুপ্তিৰ আঁৰত এটাই উদ্দেশ্য আছে -
দুখীয়াৰ নিয়োগৰ অধিকাৰ মচি পেলোৱা, ৰাজ্যৰ পৰা অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতা চুৰি কৰা, আৰু সেই ধন কোটিপতি বন্ধুলৈ প্ৰেৰণ কৰা।
‘একজন’ প্ৰধানমন্ত্ৰীৰ স্বেচ্ছাচাৰীতাৰ পৰিণাম সমগ্ৰ দেশেই ভোগ কৰিব - চাকৰি হেৰুৱাব, গ্ৰাম্য অৰ্থনীতিৰ পতন ঘটিব।
আৰু, যেতিয়া গাঁওবোৰ দুৰ্বল হ’ব, তেতিয়া দেশ দুৰ্বল হ’ব।
Rahul Gandhi
Gaurav Gogoi