Nabajit Gogoi

Nabajit Gogoi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nabajit Gogoi, Digital creator, Bangalore.

শব্দবোৰ যেতিয়া নিঃশব্দ হয়..আশাবোৰ যেতিয়া নিৰাশা হয়...আত্মবিশ্বাস যেতিয়া শূন্য হয়....তেতিয়া এটি মিচিকিয়াই সকলো সজীৱ কৰি ন...
24/12/2025

শব্দবোৰ যেতিয়া নিঃশব্দ হয়..
আশাবোৰ যেতিয়া নিৰাশা হয়...
আত্মবিশ্বাস যেতিয়া শূন্য হয়....
তেতিয়া এটি মিচিকিয়াই সকলো সজীৱ কৰি নতুনত্বৰ সন্ধান দিয়ে
.

01/12/2025

জীয়াই থাকিবলে খাবই লাগিব!!! কাৰ্য সম্পাদন কৰি কৰ্মস্থলিত যেতিয়া সকলোৱে একেলগে খাওঁ।।স্মৃতি হিচাপে ধৰি ৰাখিছোঁ।।

29/11/2025

জয় জুবিন দা।।অসমৰ ল'ৰা য'তে থাকিব তাতে জয় জুবিন দা ...বেংগালুৰুৰ আমাৰ কাৰ্যালয়ৰ এক অনুষ্ঠানত ভাইটি হীৰকজ্যোতিয়ে সুন্দৰকৈ নাছি সকলোকে আপ্লুত কৰিলে

আপুনি য'তে আছে ভালে থাকক🙏🙏
17/11/2025

আপুনি য'তে আছে ভালে থাকক🙏🙏




16/11/2025

নিৰ্ভয়ে মোৰ একেবাৰে কাষে কাষে ফুৰিছিল ...🥰🥰




14/11/2025

কি হয় জনাবচোন 😊 (অলপমান ধেমালি কৰিছোঁ🙏)





13/11/2025

দিনতোৰ আৰম্ভণি .... সকলো ভালে থাকক🥰



ঈশ্বৰ পুৰুষৰ অন্তিমখন চিনেমা চালোঁগৈ।চোৱাৰ আগত তেখেতক দেখিবলৈ পোৱাৰ উৎকণ্ঠাত আনন্দিত মনটো চিনেমাখন চোৱাৰ মুহূৰ্তত দুখত ম...
10/11/2025

ঈশ্বৰ পুৰুষৰ অন্তিমখন চিনেমা চালোঁগৈ।চোৱাৰ আগত তেখেতক দেখিবলৈ পোৱাৰ উৎকণ্ঠাত আনন্দিত মনটো চিনেমাখন চোৱাৰ মুহূৰ্তত দুখত মৰ্মাহত হৈ পৰিছিল। চকুপানীখিনি ধৰি ৰাখিবলৈ বৰ কষ্ট হৈছিল...😭😭😭


ক্ৰিকেটৰ বিশ্বজয়ী অসম কণ্যা উমা চেত্ৰী কেৱল এগৰাকী ক্ৰিকেট খেলুৱৈ নহয়,হেজাৰ বিজাৰ নৱপ্ৰজন্মৰ খেলুৱৈৰ বাবে প্ৰেৰণা আৰু আদ...
07/11/2025

ক্ৰিকেটৰ বিশ্বজয়ী অসম কণ্যা উমা চেত্ৰী কেৱল এগৰাকী ক্ৰিকেট খেলুৱৈ নহয়,হেজাৰ বিজাৰ নৱপ্ৰজন্মৰ খেলুৱৈৰ বাবে প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক। ACA ৰ হাতত তেখেত কেতিয়া অসমলৈ আহিব তাৰ আগতীয়া তথ্য নথকাতো অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য


সুধাকণ্ঠ তোমাক শ্ৰদ্ধাৰে সুঁ‌ৱৰিছো🙏🙏🙏
05/11/2025

সুধাকণ্ঠ তোমাক শ্ৰদ্ধাৰে সুঁ‌ৱৰিছো🙏🙏🙏

Address

Bangalore

Website

Alerts

Be the first to know and let us send you an email when Nabajit Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nabajit Gogoi:

Share