Dhanmani Sarania

Dhanmani Sarania Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dhanmani Sarania, Digital creator, Dongpar(Barimakha) pin:781333, Barama.

Ridip Kumar Deka ZindabadBJP .Mushalpur Mandal. ZindabadHimanta Biswa Sarma
28/08/2025

Ridip Kumar Deka Zindabad
BJP .Mushalpur Mandal. Zindabad
Himanta Biswa Sarma

28/08/2025
27/08/2025
20/07/2025

অব্যাহত আছে বিজেপি চৰকাৰৰ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া...

কংগ্রেছ চৰকাৰৰ শাসনকালত সংঘটিত চৰকাৰী নিযুক্তিকেন্দ্রিক অবাধ দুৰ্নীতি, কেলেংকাৰীৰ ওৰ পেলাই বিজেপি চৰকাৰে যোগ্য,মেধাৱী যুৱক-যুৱতীসকলৰ বাবে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে এটা চৰকাৰী চাকৰি লাভৰ সপোন বাস্তৱ কৰিলে।

অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিগত ৪বছৰত স্বচ্ছ আৰু দুৰ্নীতিমুক্ত নিযুক্তিৰ এক "মিছন" আৰম্ভ হৈছে। নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰে বিগত ৪বছৰত সম্পূর্ণ স্বচ্ছতাৰে প্ৰদান কৰিছে ১.২ লাখৰো অধিক চৰকাৰী চাকৰি । কালি মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ উপস্থিতিত নতুনকৈ ৩৪২ গৰাকী বাছনিভুক্ত মেধাৱী যুৱক - যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে বিগত ৪ বছৰত অসমত চৰকাৰী নিযুক্তিৰ সংখ্যা ১,২১,১৮২ লৈ বৃদ্ধি পালে।

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰী নিযুক্তিৰ এই নিৰৱধি যাত্ৰাই অসমৰ হেজাৰ হেজাৰ যোগ্য, মেধাৱী যুৱক-যুৱতীৰ বাবে কঢ়িয়াই আনিছে এক ইতিবাচক পৰিৱেশ।

13/07/2025

ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়াই ৰাজ্যসভালৈ মনোনীত কৰা বিভিন্ন ক্ষেত্ৰৰ স্বনামধন্য ব্যক্তি চি সদানন্দ ডাঙৰীয়া, ড০ মিনাক্ষী জৈন ডাঙৰীয়ানী, উজ্জ্বল দেউৰাও নিকাম ডাঙৰীয়া আৰু হৰ্ষবৰ্দ্ধন শৃংলা ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছো।

শ্ৰীযুত চি সদানন্দন কেৰালাৰ এজন শিক্ষক। কমিউনিষ্ট দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ দুয়োখন ভৰি হেৰুওৱা সদানন্দন ডাঙৰীয়া ৰাষ্ট্ৰীয়তাবাদৰ সমুজ্জ্বল প্ৰেৰণাস্তম্ভ ।

দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা অন্য এগৰাকী স্বনামধন্য ব্যক্তি ড০ মিনাক্ষী জৈন ডাঙৰীয়ানী এগৰাকী পদ্মশ্ৰী বঁটাপ্ৰাপক।

ভাৰতীয় ন্যায় ব্যৱস্থালৈ অনবদ্য অৱদান আগবঢ়োৱা শ্ৰীযুত উজ্জ্বল দেউৰাও নিকাম ডাঙৰীয়াও এগৰাকী পদ্মশ্ৰী বঁটাপ্ৰাপক।

ৰাজ্যসভালৈ মনোনিত শ্ৰীযুত হৰ্ষবৰ্দ্ধন শৃংলা ডাঙৰীয়া এগৰাকী প্ৰাক্তন কূটনীতিবিদ হোৱাৰ লগতে G-20 Presidency in-2023ৰ মুখ্য সমন্বয়ক হিচাপে নিয়োজিত হৈ আছে।

Address

Dongpar(Barimakha) Pin:781333
Barama
781333

Telephone

+917099886569

Website

Alerts

Be the first to know and let us send you an email when Dhanmani Sarania posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dhanmani Sarania:

Share