Sarupathar ডায়েৰী

Sarupathar ডায়েৰী সৰুপথাৰ সমজিলাৰ লগতে প্ৰত্যেকটো অঞ্চলৰ খবৰেৰে নতুন সংযোজন Sarupathar ডায়েৰী ।

সত্য,শুদ্ধ আৰু নিৰপেক্ষ বাতৰিৰ বাবে যোগাযোগ কৰক।।
Contact -9101983234

সিক্ত প্ৰাৰ্থনাত এজাউৰি চেতনাই সাৰ পালে , মোৰ যাত্ৰা পথৰ আকাশ জুৰি তোমাৰ মেঘ বৰণীয়া চুলিৰ সুগন্ধি বিয়পি পৰিছে ,
জীৱনৰ ১৯টা বসন্ত সৰকি গল ঠিক তোমাৰ তেজ লগা হাত আৰু ওঁঠৰ গুণ গুননিৰ দৰে

10/12/2025

📌গোলাঘাট জিলাত অবাধ হাৰত চলিছে শিল বালিৰ অবৈধ বেহা
📌গোলাঘাট বনবিভাগক এক প্ৰকাৰে দুৰ্নীতিৰ সাম্ৰাজ্যলৈ পৰিণত কৰিছে ৰেঞ্জাৰে
ায়েৰী

06/12/2025

✅সৰুপথাৰত হ'ব যাদু প্ৰদৰ্শন।

✅পদুমণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সাহায্যার্থে পোন প্ৰথমবাৰৰ বাবে সৰুপথাৰত যাদুকৰ বিকি সিংৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব যাদু।
✅১৩ আৰু ১৪ ডিচেম্বৰ তাৰিখে সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত প্ৰদৰ্শিত হ'ব যাদু। যাদু প্রদর্শনৰ প্রথম প্রদর্শনী পুৱা ১১-০০ বজাত, দ্বিতীয় প্রদর্শনী সন্ধিয়া ৫-০০ বজাত।
✅ টিকটৰ বাবে যোগাযোগ যোগাযোগ কৰক 9706463720, 9387514419 মোবাইল নম্বৰত।

30/11/2025

🕹️নাগালেণ্ডত মৰিয়াই মৰিয়াই হত্যা
অসমৰ যুৱকক।
🕹️চুমুকডিমাৰ ৰিহাৱ চেন্টাৰত
সংঘটিত হৈছে এই ঘটনা।
🕹️মৃত যুৱকজন সৰুপথাৰৰ প্ৰদীপ বসুমতাৰী।
ায়েৰী

27/11/2025

📌ৰজাপুখুৰী শাখা গোট ছাত্ৰ সন্থা(উৰিয়ামঘাট)ৰ উদ্যোগত ধনশিৰি মহকুমা ভিত্তিত বেডমিন্টন প্ৰতিযোগিতা

📌গোলাঘাট জিলাৰ এন.এছ.ইউ.আই.ৰ নৱ- নিযুক্ত সভাপতি ৰক্তিম বৰা
26/11/2025

📌গোলাঘাট জিলাৰ এন.এছ.ইউ.আই.ৰ নৱ- নিযুক্ত সভাপতি ৰক্তিম বৰা

19/11/2025

📌সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰ সমজিলাত জোঁৰ সমদল
📌জনজাতিকৰণৰ দাবীৰে হাতে হাতে জোঁৰ লৈ প্ৰতিবাদকাৰী ৰাজপথত
ায়েৰী

19/11/2025

📌সৰুপথাৰ সমজিলাত টাই আহোম ছাত্ৰ সন্থাৰ জোঁৰ সমদল
📌জনজাতিকৰণৰ দাবীৰে হাতে হাতে জোঁৰ লৈ প্ৰতিবাদকাৰী ৰাজপথত
📌জনজাতিকৰণৰ দাবীৰে জোঁৰ লৈ উত্তাল প্ৰতিবাদী কাৰ্যসূচী আটাছু সৰুপথাৰ সমজিলাৰ
ায়েৰী

18/11/2025

📌 সৰুপথাৰত জুবিন গাৰ্গৰ জন্মদিন উদযাপন
📌 ধনশ্রী নিৰ্মাণ গোটৰ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন উদযাপন

ায়েৰী

জুবিন বিহীন প্ৰথমটো ওপজা দিন। জুবিনদালৈ আপুনিও জনাওক শুভেচ্ছা।
18/11/2025

জুবিন বিহীন প্ৰথমটো ওপজা দিন। জুবিনদালৈ আপুনিও জনাওক শুভেচ্ছা।

17/11/2025

📌সৰুপথাৰ সমজিলাত সংঘটিত হৈছে হৃদয়বিদাৰক ঘটনা
📌ধনশিৰি নৈত দুজন কিশোৰ নিৰুদ্দেশ হোৱাৰ সম্ভাৱনা
📌নাওঁজানৰ সিং ঘাটত সন্ধানহীন দুজন কিশোৰ
ায়েৰী

17/11/2025

📌লোকে লোকাৰণ্য অকামলুৱা ঐতিহাসিক সমন্বয় ক্ষেত্ৰ
ায়েৰী

Address

Jorhat
785602

Alerts

Be the first to know and let us send you an email when Sarupathar ডায়েৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sarupathar ডায়েৰী:

Share