Xomoilive

Xomoilive Xomoilive
(1)

02/09/2026
31/08/2026

✅ সৰুপথাৰ সমষ্টিত ধাৰাবাহিক উন্নয়ণ অব্যাহত।

✅ টেঙানিত আজি দুটাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ শুভ উদ্বোধন কৰে বিধায়ক বিশ্বজিৎ ফুকনে ।

👉 ৫ দিনৰ আৰক্ষীৰ জিন্মাত আছে এই দুই কুখ‍্যাত তেলচোৰ ।👉 ৰজাপুখুৰীৰ ONGC তেল পৰিবাহী পাইপৰ পৰা দীৰ্ঘদিনধৰি তেলচোৰ কৰি আহিছ...
31/08/2026

👉 ৫ দিনৰ আৰক্ষীৰ জিন্মাত আছে এই দুই কুখ‍্যাত তেলচোৰ ।

👉 ৰজাপুখুৰীৰ ONGC তেল পৰিবাহী পাইপৰ পৰা দীৰ্ঘদিনধৰি তেলচোৰ কৰি আহিছিল অমিত বৰশইকীয়া আৰু গোপাল বৰ্মনে ।

👉 সম্প্ৰতি আৰক্ষীয়ে অমিতৰ THAR আৰু এখন তেল কঢ়িওৱা YODHA গাড়ীও জব্দ কৰিছে উৰিয়ামঘাট আৰক্ষীয়ে ।

👉 তেলচুৰি কাণ্ড সন্দৰ্ভত আৰু বহু তথ‍্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

👉 ঘটনাৰ সৈতে আৰু বহু ব‍্যক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।

30/08/2026

👉বৰপথাৰ ভানু ভৱনত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক সম্বৰ্ধনা ।

👉গোৰ্খা উন্নয়ন পৰিষদৰ পুঁজিৰ টিনপাত বিতৰণ কৰিলে বিধায়কগৰাকীয়ে।

29/08/2026

👉 উৰিয়ামঘাট আৰক্ষীৰ জালত পৰিল ৰজাপুখুৰীত ONGC পাইপ ফুটা কৰি সংঘটিত কৰা তেলচুৰি কাণ্ডৰ মাষ্টাৰমাইণ্ড ।

👉গ্ৰেপ্তাৰ ডিব্ৰুগড়ৰ অমিত বৰশইকীয়া নামৰ মূল অভিযুক্ত ।

👉 ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ধুবুৰীৰ গোপাল বৰ্মণ আৰু উৰিয়ামঘাটৰ লুকু শ‍্যাম নামৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

👉 আৰক্ষীৰ জোৰদাৰ তদন্ত অব‍্যাহত । ঘটনাৰ সৈতে জড়িত কেইবাটাও তেলচোৰ এতিয়াও পলাতক ।

27/08/2026

👉ফেচবুকৰ জড়িয়তে বিধায়ক বিশ্বজিৎ ফুকনক প্ৰাণে মৰাৰ ভাবুকি যুৱকৰ ।

👉 যুৱকজনৰ কৰ্দ্দৈগুৰি গাঁৱৰ দীপাংকৰ সন্দিকৈ ।

👉 বৰপথাৰ যুৱ মৰ্চাৰ এজাহাৰৰ ভিত্তিত দীপাংকৰ সন্দিকৈক আটক কৰি সোধাপোচা আৰক্ষীৰ ।

👉 ধৃত দীপাংকৰৰ আঁৰত জড়িত হৈ আছে নেকি অন‍্য চক্ৰ ?

26/08/2026

সৰুপথাৰ মহাবিদ‍্যালয়ৰ বাবে এটা ভাল দিন । প্ৰয়াত শিক্ষাবিদ ৰাজেন ফুকনৰ সোঁৱৰণত বিধায়ক বিশ্বজিৎ ফুকনে এটা অত‍্যাধুনিক সভাগৃহ নিৰ্মাণ কৰি দিয়ে । মহাবিদ‍্যালয়খনৰ অধ‍্যক্ষ তথা শিক্ষক কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত পিতৃৰ সোঁৱৰণত নিৰ্মাণ কৰা সভাগৃহটো উন্মোচন কৰে ।

Address

Barpathar Town, Golaghat
Barpathar

Telephone

+919954104004

Website

Alerts

Be the first to know and let us send you an email when Xomoilive posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Xomoilive:

Shortcuts

Share