Anyatam Hemonta

Anyatam Hemonta সুপ্ত প্ৰতিভা বিকাশৰ মঞ্চ৷
ৰাইজৰ গঠনমূলক দিহাপৰামৰ্শ মোৰ বাবে আৰ্শীবাদ৷
যোগাযোগ নম্বৰঃ 9707802564
(1)

03/09/2026

বৰপথাৰ সাপ্তাহিক বজাৰ৷ প্ৰতি বৃহস্পতিবাৰে এইদৰে কৃষক ৰাইজে কষ্টোপাৰ্জিত বয়বস্ত সমূহ বজাৰত বিক্ৰী কৰিবলৈ আনে৷সুন্দৰ পৰিৱেশ৷

সৰুপথাৰ সমজিলাৰ অন্তৰ্গত চকলি (ডাকঃদ-পথাৰ )গাৱঁৰ শ্ৰী অমৃত ৰায়ৰ কন্যা প্ৰনিশা ৰায়ে 9th All India Karate & Open Martial A...
03/09/2026

সৰুপথাৰ সমজিলাৰ অন্তৰ্গত চকলি (ডাকঃদ-পথাৰ )গাৱঁৰ শ্ৰী অমৃত ৰায়ৰ কন্যা প্ৰনিশা ৰায়ে 9th All India Karate & Open Martial Arts Championship 2026 ত অংগ্ৰহণ কৰি সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷প্ৰনিশাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷

02/09/2026

সৰুপথাৰ সমজিলাৰ অন্তৰ্গত চকলি গাৱঁৰ কন্যা প্ৰনিশা ৰায়ে খেলৰ জৰিয়তে গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনিলে৷

দ-পথাৰৰ এগৰাকী আইমাতৃৰ সৈতে এপকি৷
02/09/2026

দ-পথাৰৰ এগৰাকী আইমাতৃৰ সৈতে এপকি৷

শ্ৰীশ্ৰী আঠখেলীয়া বৰনামঘৰৰ গুৰ আসন সকলোৰে মংগল হওক কৃষ্ণ৷
02/09/2026

শ্ৰীশ্ৰী আঠখেলীয়া বৰনামঘৰৰ গুৰ আসন সকলোৰে মংগল হওক কৃষ্ণ৷

বৰপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুত মুকুল সন...
01/09/2026

বৰপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুত মুকুল সন্দিকৈ চাৰৰ চাকৰি জীৱনৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা অনুষ্ঠানত স্মৃতিৰ চিনস্বৰূপে একপি৷

01/09/2026

বৰপথাৰ মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ। দ্বীপন শইকীয়াৰ কণ্ঠত অকনমাণ বৰগীত শুনোঁ আহকচোন৷

Address

Rangma Uriamghat
Barpathar

Alerts

Be the first to know and let us send you an email when Anyatam Hemonta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Anyatam Hemonta:

Shortcuts

Share