Rafikul Islam Official

Rafikul Islam Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rafikul Islam Official, Digital creator, Barpeta Road, Barpeta Road.

29/01/2025

জীৱনত এজোপা বৰগছৰ ছাঁ খুবেই প্ৰয়োজন....
ধলি পৰোতে খামুচি ধৰিবলৈ, অলপ আশা, অলপ সপোন দেখুৱাবলৈ।
যাৰ সাহস আৰু ছায়াত নিসন্দেহে জীয়াই থাকিব পাৰি...!🌻

💙

29/01/2025

যাৰ মুখৰ হাঁহিটোৰ বাবে
তুমি তোমাৰ হাঁহি খিনিক
বুজাবুজি মাজলৈ আনিবা
এদিন সেই হাঁহিটোৱে
তোমাক হাঁহিবলৈ
অকনো সংকোচ নকৰিব ।

29/01/2025

ক'ৰবাত ৰৈ যোৱা টুকুৰাবোৰ . . .

গোপন হৃদয় এখনিত লুকাই
থকা অনুভৱ বোৰ
ভাৱশূণ্য হৈ শৰতৰ প্ৰথম বৰষুণৰ
ৰূপত নিগৰি আহিছে
আজি বহুদিনৰ মূৰত
শেৱালীৰ সান্নিধ্যত!

28/01/2025

এগৰাকী নাৰী কেতিয়া সুন্দৰী হয় উত্তৰ প্ৰচণ্ড আঘাতৰ পিছত। এবাৰ আঘাত পোৱাৰ পিছত সেই দুঃসময় পাৰ কৰাৰ পিছত এগৰাকী নাৰী যেতিয়া থিয় হয়, তেতিয়াই নিজক চিনি পাবলৈ ধৰে। নিজকে বিচাৰে, নিজক সজাই তোলে এই সময়ত উপনীত হোৱা নাৰী পৃথিৱীৰ আটাইতকৈ সুন্দৰী নাৰী।পুনৰাই ভাঙিব নোৱাৰাকৈ সবল হৈ উঠে

28/01/2025

নোপোৱাৰ বেদনা, পোৱাৰ আশা, হেৰুৱাৰ দুখ, প্ৰাপ্তিৰ সুখ, চেষ্টাৰ সুফল আৰু চেষ্টা কৰিও ব্যৰ্থ হোৱাৰ বিষাদ, এইয়ে জীৱশ্ৰেষ্ঠৰ জীৱন। কোৱা কোৱা জীৱশ্ৰেষ্ঠ
সুখীনে তুমি???
#সুপ্ৰভাত🌻

28/01/2025

নিজতকৈও বেছি ভালপোৱাৰ পিছতো অজুহাত দেখুৱাই আঁতৰি যায় মানুহবোৰ তথাপিও নিজে ভবা যায় যে আৰু কিমান বেছি ভালপোৱা হ'লে তেওঁ মোৰ কাষত থাকিল হয়।

আচলতে নিজৰ সমস্ত খিনি দিলেও আঁতৰি যাবলৈ বিচৰাজন আঁতৰি যাবই। তাত তোমাৰ ভাবি থাকিব লগীয়া বা তোমাৰ দোষ একো নাই।তুমি তেওঁক নহয় তেওঁহে তোমাক হেৰুৱালে।।। ♥🌻

28/01/2025

সময়ৰ সোঁতত উটুৱাই দিলোঁ অৱশিষ্ট মই জনীক হেৰাই যোৱা হাঁহিটো ঢৌবোৰত খুন্দা খাই উভতি অহা অপেক্ষাত....জীৱন নদীৰ পাৰে পাৰে মোৰ মৌন বিচৰণ.

28/01/2025

তোমাক পাঁহৰিবলৈ মাঁথো মোক এটা সময়ৰ প্ৰয়োজন হ'ব,
যিটো সময়ক সকলোৱে মৃত্যু আখ্যা দিব🥀

03/11/2022

Address

Barpeta Road
Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when Rafikul Islam Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share