Barpeta News

Barpeta News It is a Asad Faruk Fanpage...

এই ফেচবুক পেজে আপনাদের সবাইকে স্বাগতম।
নতুন নতুন ভিডিঅ দেখার জন্য পেজটা ফলো করুন। ধন্যবাদ।

30/10/2025

20/10/2025

:::::::::::::::::::জাননী::::::::::::::::
====================
ইয়াৰ দ্বাৰা বৰপেটা নিউজৰ সমূহ দৰ্শকক অতি দুখেৰে জনাও যে আজি 20.10.2025 সোমবাৰৰ পৰা বৰপেটা নিউজৰ ফেচবুক পৰ্টেল বিশেষ কাৰণত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

গতিকে আজিৰ পৰা বৰপেটা নিউজ ফেচবুক পৰ্টেলত কোনো ধৰণৰ বাতৰি পৰিবেশন কৰা নহব আৰু ভৱিষ্যতত বৰপেটা নিউজ ফেচবুক পৰ্টেলৰ সংবাদ জগতৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাথাকিব । ধন্যবাদ,

ইতি,
হাবিজুল মণ্ডল
স্বতাধিকাৰী,
বৰপেটা নিউজ
News

06/10/2025

কোকৰাঝাৰত বিটিচিৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধা জনায়।

22/09/2025

কাটাঝাৰ পাথাৰ আঞ্চলিক আমছুৰ তৰফৰ পৰা গাইবান্ধা চ'কত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনাৰ্থে সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

শেহতীয়া খবৰ
20/09/2025

শেহতীয়া খবৰ

শেহতীয়া খবৰ।
20/09/2025

শেহতীয়া খবৰ।

20/09/2025

মৃত্যুৰ পূৰ্বে কৰা জুবিন গাৰ্গৰ অন্তিম ভিডিঅ।

19/09/2025

জুবিন গাৰ্গৰ শেষ ভিডিঅ। ছিংগাপুৰ যোৱাৰ পূৰ্বে বনোৱা ভিডিঅ।

জুবিন গাৰ্গ আৰু নাই আমাৰ মাজত।

ছিংগাপুৰ স্কুৱা ডাইভিং কৰি থকা অৱস্থাত সাগৰত পৰে জুবিন গাৰ্গে।

18/09/2025

বৰপেটা ৰোড ফ্লাই অভাৰৰ ওপৰত ভয়ংকৰ দুৰ্ঘটনা।

23/06/2025

বৰপেটাৰোডৰ খৈৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক স্কুটিৰ মুখামুখি সংঘর্ষত এজন থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত।

নিহত হোৱা যুৱকজন দোমনী গাঁৱৰ ছোৰাব প্ৰামাণিকৰ পুত্ৰ জাহিদুল প্ৰামাণিক।

Address

Barpeta Road
Barpeta Road
781315

Telephone

+919706721418

Website

Alerts

Be the first to know and let us send you an email when Barpeta News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barpeta News:

Share