Somaj Prohori

Somaj Prohori আমি সদায় সত্যৰ পক্ষে
আৰু অন্যায়ৰ বিৰুদ্ধে

12/08/2023

আজি কাটাঝাৰ গাইবান্ধা চকত মুকলি হল ORIENS GLOBAL MARKETING PVT. LTD
Orien's Global Marketing

06/08/2023

বৰপেটাৰোডৰ সমিপৰ খৈৰাবাৰীত এজন ড্ৰাগছ সৰবৰাকাৰী আটক।

হয় আপোনালোকে ঠিকেই শুনিছে কিছু সময় পূৰ্বে খৈৰাবাৰীৰ সচেতন ৰাইজে আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰীক এটা নহয় দুটা নহয় ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা ৰাইজে আটক কৰিছে বিশটাকৈ ভৰ্তি ড্ৰাগছ কন্টেনৰ।

Somaj Prohori NE

30/07/2023

বাক্সা বৰপেটা সীমামূৰীয়া গোৱৰ্দ্ধনাত গোৱৰ্দ্ধনা প্ৰেছ ক্লাবৰ কাৰ্য্যালয় দ্বাৰ শুভ উন্মোচন ।
Somaj Prohori Somaj Prohori NE

23/07/2023

ABMSU ৰ নেতৃত্বত পাঁচ শতাধিক লোকৰ প্ৰতিবাদ

ভাৰত-ভূটান সীমান্তৰ দৰঙাত বিশাল প্ৰতিবাদী কাৰ্যসূচী।

‘ধাৰাবাহিক আন্দোলনৰ বাবে আমি সাজু’

Somaj Prohori Somaj Prohori NE

12/07/2023

মাজ নিশাত ভাৰানাচি জংছনত যাত্ৰীৰ হাহাকাৰ পৰিস্থিতি।

15933 নম্বৰৰ ডিব্ৰগড় - অমৃতসৰ অস্কপ্রেছ বাতিল হোৱাৰ পিছত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

08/07/2023

বৰপেটা ৰোডৰ কাটাঝাৰ গাওঁত এজন ব্যাক্তিৰ চিপ লৈ আত্মহত্যা।।

এতিয়া প্ৰকৃত ঘটনা কি সেয়া আৰক্ষীৰ তদন্তৰ পিছত হে গম পোৱা যাব।

05/07/2023

বৰপেটা ৰোড আৰক্ষী চকীত অহা 6 জুলাই 2023 ইং তাৰিখে, ৰাতিপুৱা 10:30 বজাত নিলাম হব ক্ষতিসাধন হোৱা বাহনসমূহ |

নিলাম হব লগা বাহনৰ সংখ্যা প্ৰায় 100 খন।

05/07/2023

আজি Hangsha Bahini Music Academy ৰ উদ্যোগত উত্তৰ বৰপেটা ৰোডৰ শংকৰ শিশু নিকেতনত অনুষ্ঠিত কৰা হয় এক সংগীতানুষ্ঠানৰ পৰীক্ষা।
Somaj Prohori Somaj Prohori NE

03/07/2023

বৰপেটা ৰোড সমীপৰ দোমনী খৈৰাবাৰীত আজি ড্ৰাগছ, মদ, জুৱাৰ বিৰূদ্ধে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়।।
সভাখনত উপস্থিত থাকে বৰপেটা ৰোড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক।।

03/07/2023

খৈৰাবাৰীত ড্ৰাগছ আসক্ত যুৱক এজনক ১টা ড্ৰাগছ কন্টেনাৰ সহ আটক কৰে খৈৰাবাৰী অঞ্চলৰ ৰাইজে

02/07/2023

ABMSU, আছা, আছু, আক্ৰাছুকে আদি কৰি বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদত কপিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান।

গুজৰাটৰ ব্যৱসায়ীক ১৫ বছৰৰ বাবে গোপনে গতাই দিলে ঐতিহাসিক দীঘলীপুখুৰী।
30/06/2023

গুজৰাটৰ ব্যৱসায়ীক ১৫ বছৰৰ বাবে গোপনে গতাই দিলে ঐতিহাসিক দীঘলীপুখুৰী।

Address

Barpeta Road
Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when Somaj Prohori posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Somaj Prohori:

Share