B LIVE ASSAM

B LIVE ASSAM B LIVE ASSAM is a digital media in Assamese language .

28/09/2026

মোৰ কলিজা আছে কাৰণে ইয়ালৈ আহিছোঁ ।পলাশবাৰী সমষ্টিত ড° জ্ঞানশ্ৰী বৰা।

যিখন বিদ্যালয়লৈ স্থানীয় ৰাইজে লৈ গৈছিল, তাৰ প্ৰতিটো শ্ৰেণীকোঠাত বৰষুণ দিলেই পানী পৰে, ছাত্ৰ-ছাত্ৰী বহি থাকিব নোৱাৰে।

বিদ্যালয় যদি ঠিকেই আছে, বিজেপিৰ কিহৰ ইমান ভয়? কামবোৰ ভালদৰে কৰিলে ইমান ভয় কৰিবলগীয়া একোৱেই নাথাকে :ড° জ্ঞানশ্ৰী বৰাৰ মন্তব্য।

28/09/2026

আসিফ নাজাৰ পাগলা টাইপ মানুহ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

28/09/2026

গৌৰৱ গগৈয়ে মোৰ মানুহ খিনি কংগ্ৰেছত ৰাখি থৈছে। যেতিয়া ইচ্ছা হয় মই লৈ আহোঁ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

28/09/2026

বেকী নদীৰ অবৈধ বালি মাফিয়াৰ বিৰূদ্ধে সৰৱ পাকা বেতবাৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ।

ফেচবুক লাইভ যোগে দেখোৱালে বালি মাফিয়াৰ খনন কাৰ্য। বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী বিধায়কৰ।


28/09/2026

বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী।মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদ ত্যাগ আৰু গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ।


দুজন মাত্ৰ শিক্ষকে চলাই আছে বজালী জিলাৰ কাৱৈমাৰী তিনি নং ব্লক লাচিত বৰফুকন এম ই স্কুল।চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ অভাৱ পূৰ...
28/09/2026

দুজন মাত্ৰ শিক্ষকে চলাই আছে বজালী জিলাৰ কাৱৈমাৰী তিনি নং ব্লক লাচিত বৰফুকন এম ই স্কুল।

চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ অভাৱ পূৰণ হ'ব কেতিয়া? ৰাইজৰ প্ৰশ্ন।

28/09/2026

এইবাৰ মুখ খুলিছে অসমৰ CJP নেতা সাহিল।কি ক'লে সংবাদমেলত।

28/09/2026

নিশা সংবাদ মেল সম্বোধন কৰি কি ক'লে CJPৰ কেন্দ্ৰীয় সহ: আহ্বায়ক আশুতোষ ৰাংকা।

নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিবামনি বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈ লোৰিণজ্যোতি গগৈ আৰু কুংকি চ...
27/09/2026

নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিবামনি বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈ লোৰিণজ্যোতি গগৈ আৰু কুংকি চৌধুৰী।

27/09/2026

'যিখন বাহনত আৰক্ষীয়ে আমাক উঠাই নিছিল, এতিয়া সেই বাহনেৰেই আৰক্ষীয়ে আমাক মুকলি কৰিলে'।
আৰক্ষীয়ে আশুতোষ ৰাংকাসহ CJPৰ সকলো সদস্যক মুকলিৰ পছতে জয় আই অসম ধ্বনি প্ৰতিবাদকাৰী CJPৰ।

Address

Balapara Bajali, Barpeta Road
Barpeta Road

Telephone

+916001705127

Website

Alerts

Be the first to know and let us send you an email when B LIVE ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share