S.Mehejabin

S.Mehejabin Barpeta Assam India

20/03/2026

MRMAJV

20/03/2026

Advance Eid Mubarak greetings to all

21/02/2026

মোৰ বয়স ৪ বছৰ হোৱাৰ সময়ত মোৰ সৰু ভাইটিৰ বয়স মোতকৈ আধা কম আছিল। এতিয়া মোৰ বয়স ৩০ বছৰ হৈছে, সেয়েহে মোৰ ভাইটিয়ে এতিয়া কিমান বছৰীয়া হ'ব?

20/02/2026

Album

20/02/2026

Guwahati

09/02/2026

2026 বৰ্ষৰ সকলো HSLC পৰিক্ষাৰ্থী লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নেদেখা জনলৈ প্ৰাৰ্থনা কৰিলোঁ যাতে সকলো পৰিক্ষাৰ্থীৰ পৰিক্ষা ভাল হয়।
HSLC পৰীক্ষা তোমালোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলষ্টোন। এই সময়ছোৱাত ভয় নকৰিবা, নিজৰ ওপৰত বিশ্বাস ৰাখিবা। তোমালোকৰ পৰিশ্ৰম কেতিয়াও বিফল নাযায়।

📘 মনোযোগেৰে প্ৰশ্ন পঢ়িবা
✍️ সময় সঠিকভাৱে ব্যৱহাৰ কৰিবা
😊 আত্মবিশ্বাসেৰে উত্তৰ দিবা

03/02/2026

#ইন্না_লিল্লাহি_অ_ইন্না_ইলাহি_ৰাজিউন

আমাৰ ডাঙৰ দাদা মৰহুম ৰমজান আলীৰ ডাঙৰ লৰা জবান আলী আজি ৰাতিপুৱা ৭:০০ বজাত এই পৃথিৱীৰ পৰা চিৰ বিদায় লয়। জেঠাৰ জানাজা নামাজ আজি দুপৰীয়া ১২:০০ বজাত সম্পন্ন কৰা হব, সকলোকে জানাজাত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হল আৰু জেঠাৰ বাবে সকলোৱে দোৱা কৰিব যাতে আল্লাহ তেখেতক জান্নাত নচিব কৰে😭🤲

Good night 🌌
31/01/2026

Good night 🌌

Bhagbar
21/01/2026

Bhagbar

Address

Barpeta Road
Barpeta Road

Alerts

Be the first to know and let us send you an email when S.Mehejabin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share