10/04/2023
দৃষ্টিভঙ্গি সলনি কৰক,জীৱনটো সলনি হৈ যাব।
Perfect জীৱনৰ সুন্দৰ এটা হিচাপ চাওক আৰু বুজাৰ চেষ্টা কৰক লগতে চিন্তা কৰক।
যদি A, B, C, D, E, F, G, H, I, J, K, L, M, N, O, P, Q, R, S, T, U, V, W, X, Y, Z = 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26
অৰ্থাৎ A to Z ৰ মান যদি এনেদৰে ধৰো যত : A=1, B=2, C=3, D=4, E=5, F=6, G=7, H=8, I=9, J=10, K=11, L=12, M=13, N=14, O=15, P=16, Q=17, R=18, S=19, T=20, U=21, V=22, W=23, X=24, Y=25, Z=26
তেনেহলে,আপুনি যিমানেই পৰিশ্রমী নহয় কিয়, আপোনাৰ পৰিশ্ৰমে আপোনাক ভাল এটা জেগাত লৈ যাব পাৰে যদিও ১০০% নহয়।
Hard Work:
H+A+R+D+W+O+R+K= 8+1+18+4+23+15+18+11=98%
আপুনি যিমানেই জনা ব্যক্তি নহয় কিয়,কেতিয়াবা কেতিয়াবা সেয়া কঠোৰ পৰিশ্রমতকৈ কম সফলতা আনিব পাৰে।
Knowledge:
K+N+O+W+L+E+D+G+E=
11+14+15+23+12+5+4+7+5=96%
আৰু যদি ভাগ্যৰ ভৰসাত বহি থাকে, তেনেহলে জীৱনতো আপোনাৰ ভাগ্য নুফুলে।
Luck:
L+U+C+K=
12+21+3+11=47%
অৰ্থাৎ ইহঁতৰ কোনোটোৱেই 100% কৰিব নোৱাৰে, তেনেহলে সেয়া কি যিটোৱে 100% কৰি পাৰে?
Money? নে, এইটো 72%
Leadership? নে, এইটো 97%
তেনেহলে??
সকলো সমস্যাৰেই সমাধান কৰা সম্ভৱ, যদি আমাৰ এটা পাৰফেক্ট Attitude বা দৃষ্টিভঙ্গি থাকে।একমাত্র Attitude য়েই আমাৰ জীৱনক 100% সফল কৰিব পাৰে......
A+T+T+I+T+U+D+E=
1+20+20+9+20+21+4+5=100%
গতিকে দৃষ্টিভঙ্গি সলনি কৰক, জীৱন নিজে নিজেই সলনি হৈ যাব।ধন্যবাদ
সংগ্ৰহ