21/09/2025
জীৱনৰ প্ৰতিটো মূহূৰ্তৰ বাবে কথা-সুৰৰ সৃষ্টি কৰা সংগীতৰ মহান পূজাৰী, প্ৰতিগৰাকী অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ অকল্পনীয় খবৰ শুনি অতিশয় মৰ্মাহত হৈছো।
তেওঁৰ এই অকাল মৃত্যু অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি।
ছিংগাপুৰৰ চতুৰ্থ Northeast India Festivalত অংশ ল’বলৈ গৈ স্কুভা-ডাইভিঙৰ সময়ত দূৰ্ঘটনা পতিত হৈ অকাল মৃত্যুক সাৱটি লোৱা জুবিন দাৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ।
আল্লাহ বা ভগৱানে তেওঁৰ শোক সন্তপ্ত পৰিয়ালবৰ্গ আৰু সমগ্ৰ অসমবাসীক এই অপূৰণীয় ক্ষতি সহিবলৈ শক্তি দিয়ক। Miss You Zubeen Da ...........i Love You Zubeen Da.