Samay Sangbad NE Bangla/ সময় সংবাদ বাংলা

Samay Sangbad NE Bangla/ সময় সংবাদ বাংলা সময়ৰ সৈতে জনতাৰ মাজত নিৰ্ভীক আৰু নিৰপেক্ষভাৱে
যিকোনো বা বাতৰিৰ বাবে আমালৈ SMS Sent 📤 কৰক।

উচ্ছেদের বলি হওয়া ৫০টি পরিবারকে ২৩ বিঘা জমি দান করেছেন গোয়ালপাড়ার এই মহান সন্তান হায়দর আলী ♥️🌹
14/07/2025

উচ্ছেদের বলি হওয়া ৫০টি পরিবারকে ২৩ বিঘা জমি দান করেছেন গোয়ালপাড়ার এই মহান সন্তান হায়দর আলী ♥️🌹

আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৩৫ নং ঘিলাঝাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯‌ নং খণ্ডৰ সদস্যা পদৰ প্ৰাৰ্থী। হাচনিয়াৰা খাতুন
04/05/2025

আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৩৫ নং ঘিলাঝাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯‌ নং খণ্ডৰ সদস্যা পদৰ প্ৰাৰ্থী।

হাচনিয়াৰা খাতুন

পত্নী আৰু কন্যাৰ সৈতে ভোটদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
07/05/2024

পত্নী আৰু কন্যাৰ সৈতে ভোটদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আইতাৰ কাষত সাৰথি হৈ ঠিয় দিছে অসম আৰক্ষী।
07/05/2024

আইতাৰ কাষত সাৰথি হৈ ঠিয় দিছে অসম আৰক্ষী।

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই সাব্যস্ত কৰিলে ভোটাধিকাৰ।
07/05/2024

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই সাব্যস্ত কৰিলে ভোটাধিকাৰ।

অভিনেত্ৰী বৰষাৰাণী বিষয়াই কৰিলে ভোটদান।Barsha Rani Bishaya
07/05/2024

অভিনেত্ৰী বৰষাৰাণী বিষয়াই কৰিলে ভোটদান।
Barsha Rani Bishaya

05/05/2024

সাৱধান ! যিকোনো মুহুৰ্তত বতৰে লব পাৰে কালৰূপ । ৰাজ্যবাসীলৈ কেইবাটাও সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ । প্ৰৱল বৃষ্টিপাত,শিলাবৃষ্টি হব পাৰে।

29/04/2024

৩ নং বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্রচাৰ

🔵বিধায়ক ফনীধৰ তালুকদাৰক মাতি কি কলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

৩ নং বৰপেটা লোকসভা সমষ্টিত কোনে মাৰিব শেষ হাঁহি
29/04/2024

৩ নং বৰপেটা লোকসভা সমষ্টিত কোনে মাৰিব শেষ হাঁহি

27/04/2024

হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোমাৰ ছাত্ৰ ছাত্ৰীৰ সফলতা

সফল ছাত্ৰ ছাত্ৰীক বিদ্যালয় কৰ্তৃপক্ষৰ পৰা বিশেষ সম্বৰ্ধনা

হাউলীস্থিত হজৰত ওমৰ( ৰাঃ)মডেল একাডেমী চমুকৈ হোমাৰ এশ শতাংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ বাবে আজি একাডেমী খনৰ কৰ্তৃপক্ষই আয়োজন কৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠান

Address

Barpeta Road
Barpeta Road
781313

Telephone

+919957470019

Website

Alerts

Be the first to know and let us send you an email when Samay Sangbad NE Bangla/ সময় সংবাদ বাংলা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Samay Sangbad NE Bangla/ সময় সংবাদ বাংলা:

Share