ARUP KUMAR DAS

ARUP KUMAR DAS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ARUP KUMAR DAS, Digital creator, Barpeta Road, Barpeta Road.

15/05/2025

অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা

৪৯সংখ্যক বৰপেটাৰোড সাৰ্বজনীনৰঙালী বিহু সন্মিলন

21/04/2025

ৰঙালীৰ উছাহ..

15/04/2025

জুনুমাই

কি সুন্দৰ বিহু নাম
অপূৰ্ব বিহু নাচ...
চৰাইদেউ সমন্বয় বিহু হুঁচৰি দল।

11/03/2025

বৰপেটাৰোড শাখা সত্ৰত হোলী গীতৰ মূৰ্ছনা...

28/01/2025

হাউলীৰ ৰাজপথত দাউ দাউ কৈ জ্বলি উঠিল এখন বাইক

সমূহ অসমবাসীলৈ মকৰসংক্ৰান্তি তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আশা কৰিছোঁ ভোগালীৰ মেজিৰ জুইয়ে সমাজৰ সকলো...
14/01/2025

সমূহ অসমবাসীলৈ মকৰসংক্ৰান্তি তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
আশা কৰিছোঁ ভোগালীৰ মেজিৰ জুইয়ে সমাজৰ সকলো দুৰ্যোগ অপায়-অমংগল,ব্যাধি বিনাশ কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ,আনন্দ আৰু সমৃদ্ধিৰ জোৱাৰ । তাৰেই কামনাৰে ঈশ্বৰৰ শ্ৰীচৰণত শতকোটি প্ৰাৰ্থনা জনাইছোঁ। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ কামনাৰে পুনৰ বাৰ মাঘ বিহুৰ হিয়াভৰা ওলগ জনালোঁ ।

14/01/2025
সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আশা কৰিছোঁ ভোগালীৰ মেজিৰ জুইয়ে সমাজৰ সকলো দুৰ্যোগ অপায়...
13/01/2025

সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আশা কৰিছোঁ ভোগালীৰ মেজিৰ জুইয়ে সমাজৰ সকলো দুৰ্যোগ অপায়-অমংগল,ব্যাধি বিনাশ কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ,আনন্দ আৰু সমৃদ্ধিৰ জোৱাৰ । তাৰেই কামনাৰে ঈশ্বৰৰ শ্ৰীচৰণত শতকোটি প্ৰাৰ্থনা জনাইছোঁ। সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ কামনাৰে মাঘ বিহুৰ হিয়াভৰা ওলগ জনালোঁ ।

সমূহ অসমবাসীলৈ উৰুকাৰ শুভেচ্ছাঁ জনালোঁ...
13/01/2025

সমূহ অসমবাসীলৈ উৰুকাৰ শুভেচ্ছাঁ জনালোঁ...

13/01/2025

উৰুকা দিনটোত বৰপেটাৰোডত উঠিছে মাছৰ উজান

Address

Barpeta Road
Barpeta Road

Alerts

Be the first to know and let us send you an email when ARUP KUMAR DAS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ARUP KUMAR DAS:

Share