Live News Axom

Live News Axom You will know some kind of News in this page

11/09/2025

হাগ্ৰামা VS শুকুৰ আলী।

11/09/2025

বেকি নদীত আত্মহত্যাৰ চেষ্টা যুৱতীৰ।

আজি পুৱা এটা নিৰ্ঘাত বিপদৰ পৰা বাচিল এটি দেৱশিশু :শিশুটি মাকৰ গৰ্ভত ঘূৰি ফুৰোতে নাড়ীত(umbilicus)গাঁঠি লাগিছিল যদিও গাঁঠ...
10/09/2025

আজি পুৱা এটা নিৰ্ঘাত বিপদৰ পৰা বাচিল এটি দেৱশিশু :

শিশুটি মাকৰ গৰ্ভত ঘূৰি ফুৰোতে নাড়ীত(umbilicus)গাঁঠি লাগিছিল যদিও গাঁঠীটোৱে পূৰ্ণতা লাভ কৰা নাছিল। ফলত দেৱশিশুটি মাকৰ পৰা খাদ্য ৰক্ত প্ৰৱাহৰ জৰিয়তে নিয়মিত পাই আছিল। কিন্ত যি কিনো মুহূৰ্ততে গাঁঠিটো সম্পূৰ্ণ হৈ দেৱশিশুটিৰ জীৱনলৈ অমানিশা নামি অহাৰ পূৰ্ণ সম্ভাৱনা আছিল। এনেবোৰ গাঁঠীক ‘True note’ বুলি কোৱা হয় আৰু আল্ট্ৰাচাউণ্ডৰ দ্বাৰা ধৰাটো কঠিন হয়। প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ আগতেই চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰি দেখা পোৱা অপূৰ্ণ গাঁঠীটো লৰালৰিকৈ খুলি দিয়া হেতুকে নেদেখাজনৰ কৃপাত দেৱ শিশুটি আজি এটি নিৰ্ঘাত বিপদৰ পৰা ৰক্ষা পালে।
✍️Dr Amal Saikia

🚨চি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ ৰাষ্ট্ৰপতি👉INDIA প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক ১৫২টা ভোটত পৰাস্ত কৰে👉ৰাধাকৃষ্ণনে লাভ কৰে ৪৫...
09/09/2025

🚨চি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ ৰাষ্ট্ৰপতি
👉INDIA প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক ১৫২টা ভোটত পৰাস্ত কৰে
👉ৰাধাকৃষ্ণনে লাভ কৰে ৪৫২ টা ভোট
👉ৰেড্ডীয়ে লাভ কৰে ৩০০টা ভোট
👉১৫টা ভোট বাতিল হয়
👉ভোটদানৰ পৰা বিৰত থাকে ১৩ জন সাংসদ।

04/09/2025

কলাগুৰুৰ কালজয়ী গীতক অপমান কৰি তীব্ৰ বিতৰ্কৰ পিছত অৱশেষত হাতজোৰ কৰি ক্ষমা খুজিবলৈ বাধ্য হ'ল বিতৰ্কিত কৰিশ্মা নাথ।

03/09/2025

এইবাৰ শুকুৰ আলীয়ে B.T.C ত খেলিব নিৰ্বাচন।

01/09/2025

ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ মাজত বিতৰ্ক।

27/08/2025

হিন্দু পৰিচয়ৰে জনজাতীয় নাবালিকাক ফুচুলাই পলাই নিয়াৰ সময়তে আৰক্ষীৰ জালত পৰিল আশ্ৰাফুল হক।

উত্তৰ পূৰ্বাঞ্চল-সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ নীতি- আদর্শ ও কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ অসম মোছা ছাত্ৰ সন্থাৰ প্ৰচাৰ...
11/04/2025

উত্তৰ পূৰ্বাঞ্চল-সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ নীতি- আদর্শ ও কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ অসম মোছা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক হাফিজুৰ ৰহমান নামৰ উদীয়মান যুৱক জনে মোছাৰ পৰা পদত্যাগ কৰি আনুষ্ঠানিক ভাৱে নেমছুত যোগদান কৰে ।

21/03/2025

বৰপেটা ৰোডত ড্ৰাগছ সৰবৰাহকাৰীক আটক ।
জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰী জন জাখলী বিল পাথাৰৰ আশ্ৰাফুল ।

Address

Barpeta Road
Barpeta Road

Alerts

Be the first to know and let us send you an email when Live News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live News Axom:

Share