Kalgachia TV

Kalgachia TV Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kalgachia TV, Digital creator, Barpeta Road, Barpeta Road.

With Facebook Security – I'm on a streak! I've been a top fan for 7 months in a row. 🎉
28/03/2026

With Facebook Security – I'm on a streak! I've been a top fan for 7 months in a row. 🎉

অৱশেষত বহুত জল্পনা কল্পনাৰ অন্তত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা সম্পূৰ্ণ হ'ল।কংগ্ৰেছ আৰু ৰাইজৰ দলে ২০২৬ চনৰ বিধানসভা...
19/03/2026

অৱশেষত বহুত জল্পনা কল্পনাৰ অন্তত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা সম্পূৰ্ণ হ'ল।
কংগ্ৰেছ আৰু ৰাইজৰ দলে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি দলৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাব।
গৌৰৱ গগৈ‌, অখিল গগৈ আৰু লুৰিণ জ্যোতি গগৈক একেলগে দেখা যাব ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ একেখন মঞ্চত।
তিনি গগৈয়ে সাম্প্ৰদায়িক বিজেপি দলৰ বিৰুদ্ধে যুঁজিব ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত।

15/03/2026
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীৰ মৃত্যু।ইজৰাইল আৰু আমেৰিকাই মিলি হত্যা কৰিলে ইছলাম ধৰ্মালম্বী মানুহৰ সৰ্বোচ্চ ...
01/03/2026

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীৰ মৃত্যু।
ইজৰাইল আৰু আমেৰিকাই মিলি হত্যা কৰিলে ইছলাম ধৰ্মালম্বী মানুহৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনীক।
তেওঁৰ মৃত্যুত গোটেই দেশবাসী মানুহে শোক প্ৰকাশ কৰি আছে।
ইৰাণত ৪০ দিনিয়া শোক প্ৰকাশ ঘোষণা কৰিছে।

নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত এ আই ইউ ডি এফ দলত পদত্যাগৰ ধুমুহা।নির্বাচনৰ প্ৰাক মূহুৰ্তত এ আই ইউ ডি এফ দলত মোক্ষম আঘাত।পশ্চিম...
28/02/2026

নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত এ আই ইউ ডি এফ দলত পদত্যাগৰ ধুমুহা।
নির্বাচনৰ প্ৰাক মূহুৰ্তত এ আই ইউ ডি এফ দলত মোক্ষম আঘাত।
পশ্চিম বিলাসী পাৰাৰ এ আই ইউ ডি এফ দলৰ চাৰি বাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদে এ আই ইউ ডি এফ দলৰ পৰা পদত্যাগ কৰিছে।
দলীয় অন্তঃকন্দলৰ কাৰণে এ আই ইউ ডি এফ দলৰ পৰা পদত্যাগ কৰিছে।
মোৰ সন্দেহ হৈ আছে এ আই ইউ ডি এফ দলৰ ২০২৬ চনত বিধায়কৰ সংখ্যা (০) শূণ্য হোৱাৰ আগজাননী পাই বিধায়ক হাফিজ বছিৰ আহমেদে এ আই ইউ ডি এফ দলৰ পৰা পদত্যাগ কৰিলে।
এতিয়া ভক্ত সকলে বা কি কয়?

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা, কেৰেলাৰ ৱায়নাড লোক সভা সমষ্টিৰ সাংসদ শ্ৰীমতী  প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক অসম ...
19/02/2026

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা, কেৰেলাৰ ৱায়নাড লোক সভা সমষ্টিৰ সাংসদ শ্ৰীমতী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক অসম ভূমি লৈ স্বাগতম জনাইছোঁ।
অসম বিধানসভা নিৰ্বাচনৰ বাবে গঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বাচনি কমিটিৰ (Screening Committee) ৰ অধ্যক্ষা শ্ৰীমতী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰী গৌৰৱ গগৈ‌ ডাঙৰীয়াৰ লগতে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকল।

Rahul Gandhi
Priyanka Gandhi Vadra
Gaurav Gogoi

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলা দেশৰ বিএনপি নেতা তাৰিক ৰহমানক জনালে শুভেচ্ছা।বাংলা দেশৰ সংসদীয় নিৰ্বাচনত তাৰিক ৰহ...
13/02/2026

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলা দেশৰ বিএনপি নেতা তাৰিক ৰহমানক জনালে শুভেচ্ছা।
বাংলা দেশৰ সংসদীয় নিৰ্বাচনত তাৰিক ৰহমানৰ বিএনপি পাৰ্টিয়ে একক সংখ্যাগৰিষ্ঠ আসন পাই চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে।
বাংলা দেশৰ নৱনিৰ্বাচিত প্ৰধান মন্ত্ৰী হোৱাৰ দিশত বিএনপি নেতা তাৰিক ৰহমান।
Tarique Rahman
Bangladesh Nationalist Party-BNP

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুছলমান মানুহৰ ওপৰত আক্ৰমণ চলায় আছে একাংশ পোহনীয়া কুকুৰে।হিমন্ত বিশ্ব শ...
07/02/2026

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুছলমান মানুহৰ ওপৰত আক্ৰমণ চলায় আছে একাংশ পোহনীয়া কুকুৰে।
হিমন্ত বিশ্ব শৰ্মাৰ পোহনীয়া কুকুৰে মুছলমান মানুহৰ ওপৰত অমানৱীয় ভাৱে আক্ৰমণ চলায় আছে।
পোহনীয়া কুকুৰ বিলাকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।



01/02/2026

অসমৰ চাৰিজন ডেকা যুৱকৰ মৃত্যু।
🙏

Well done Ishan Kishan Ishan Kishan  is Fire 🔥🔥🔥 42 Balls 103 Run.
31/01/2026

Well done Ishan Kishan
Ishan Kishan is Fire 🔥🔥🔥
42 Balls 103 Run.

অসমৰ মিচিং সম্প্ৰদায়ৰ চাৰিজন যুৱক বেংগালুৰুত কাম কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটি ল'লে। Rip😭😭অতি দুখজনক আৰু শোকাৱহ ঘটনা।ইয...
31/01/2026

অসমৰ মিচিং সম্প্ৰদায়ৰ চাৰিজন যুৱক বেংগালুৰুত কাম কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটি ল'লে।
Rip😭😭
অতি দুখজনক আৰু শোকাৱহ ঘটনা।
ইয়াতকৈ বেদনাদায়ক ঘটনা কেতিয়াও হ'ব নোৱাৰে।

30/01/2026

বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত চেনিমাৰিত কোনো জাননী নিদিয়াকৈ মেদি মাটিত প্ৰশাসনৰ অমানৱীয় ভাৱে উচ্ছেদ অভিযান।
চাওক সম্পূৰ্ণ ভিডিঅ'।

Address

Barpeta Road
Barpeta Road
781319

Website

Alerts

Be the first to know and let us send you an email when Kalgachia TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share