Deta & Deha

Deta & Deha আহক দেতা আৰু দেহাৰ লগত পৃথিৱীৰ বিষয়ে আলোচনা কৰো, কিতাপ পঢ়োঁ আৰু নানা কথা শিকো!

Elephant food
23/05/2026

Elephant food

22/05/2026

Happy World Biodiversity Day
#অসম #

বিশ্ব জৈৱ বৈচিত্ৰ্যতা দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
22/05/2026

বিশ্ব জৈৱ বৈচিত্ৰ্যতা দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Ant hills
21/05/2026

Ant hills

শালবনৰ মাজত ডাঙৰ ডাঙৰ উঁইৰ হাফলু
21/05/2026

শালবনৰ মাজত ডাঙৰ ডাঙৰ উঁইৰ হাফলু

10/05/2026

Beauty of Nature #অসম

বনৰীয়া আপেলে কলি পেলোৱা এখন অৰণ্য।  #নাগালেণ্ড  #খনমা
09/05/2026

বনৰীয়া আপেলে কলি পেলোৱা এখন অৰণ্য। #নাগালেণ্ড #খনমা

এখন পথাৰ, ডাৱৰে আৱৰা পাহাৰ আৰু এটা টঙী ঘৰ।
07/05/2026

এখন পথাৰ, ডাৱৰে আৱৰা পাহাৰ আৰু এটা টঙী ঘৰ।

06/05/2026

আমাৰ চুবুৰীয়া #নাগালেণ্ডৰ #খনমা ত অৱস্থিত মালিক বিহিন দোকান। এখন সৰু চাইন বৰ্ড , বিক্ৰীৰ বাবে ৰখা সামগ্ৰী, এটা পইচা থ'বলৈ বাকচ আৰু অনলাইন পইচাৰ বাবে কʼড আছে। আনকি সামগ্ৰী নিবলৈ প্লাষ্টিকৰ বেগ আছে। পৰ্যটকে নিজৰ সামগ্ৰীলৈ যাব পাৰে। বৰ সুন্দৰ ব্যৱস্থা।

22/04/2026

আজি হঠাতে অহা বৰষুণ জাকৰ কেইটিমান মুহূৰ্ত। #ধুমুহা #ৰাতি #বৰষুণ

Address

Basbari
Barpeta Road

Alerts

Be the first to know and let us send you an email when Deta & Deha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category