BTR News

BTR News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BTR News, Media/News Company, Bhakuamari, Barpeta Road.

04/11/2024
31/10/2024

ভকুৱামাৰী আঞ্চলিক সমিতি গঠন ?? আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বাক্সা জিলা সমিতিৰ অন্তৰ্গত ভকুৱামাৰী আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত সভাপতিত্ব কৰে ভকুৱামাৰী আঞ্চলিক সভাপতি গহেৰ আলী উক্ত সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে আমছু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ছাইফুল ইছলাম খান ডাঙৰীয়া, জিলা সমিতিৰ সভাপতি আব্দুল ৰহিম, উপ-সভাপতি ছামচুল হক ডাঙৰীয়া, সাধাৰণ সম্পাদকদ্বয় আছুৰ উদ্দিন আৰু মঞ্জিৰুল হক প্ৰচাৰ সম্পাদক মানিক আলী,কাটাঝাৰ বজাৰ আঞ্চলিক সমিতিৰ সভাপতি বাহাৰুল ইছলামে ।উক্ত সাধাৰণ সভাৰ জৰিয়তে সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় গহেৰ আলী ,আবজাল হক , আৰু ৰফিকুল ইছলাম সাধাৰণ সম্পাদকদ্বয় হিচাপে লৈ ৪১ জনীয়া এখন আঞ্চলিক সমিতিৰ গঠন কৰা হয়।।।

23/10/2024

কোকৰাঝাৰত অনুষ্ঠিত ‌ABMSU প্ৰতিষ্ঠা দিৱস ৰ কিছুমান আলোক চিত্ৰ

02/06/2024

ড্ৰাগছ,গাঞ্জা,মদ সেৱনকাৰীক কৱৰস্থানত দিয়া নহয় স্থান//বাক্সাৰ আনন্দ-বজাৰত মুছলমান সমাজৰ বৃহৎ ঘোষণা??

30/05/2024

মথনগুৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত হৈ থকা বেঁকী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে বি,টি, আৰ চৰকাৰৰ ই এম গৌতম দাসে ////

30/05/2024

বাক্সাৰ কুৰিবিলত বিজেপি নেতাৰ গুণ্ডাগিৰি? মহিলাক প্ৰহাৰ কৰি ১ লাখ ২৫ হাজাৰ টকাসহ সামগ্ৰী কাঢ়ি নিলে বিজেপিৰ নেতাই /এটা ফেচবুক প'ষ্ঠক লৈ সদীপ বৰ্মন আৰু ৰাসাল বৰ্মনৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ /ৰাসাল বৰ্মনৰ সম্পকীয়া বিজেপি নেতা নিবাস বৰ্মন,শিবু বৰ্মন,সদীপৰ ঘৰত প্ৰৱেশ কৰি মহিলাক আক্ৰমণৰ অভিযোগ /এই অভিযোগ CSP স্বক্তাধীকাৰি সদীপ বৰ্মনৰ/আনন্দ-বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ//প্ৰকৃততে কি হৈছিল?কিয় ? মহিলাক আক্ৰমণ কৰি কাঢ়ি নিলে ধনসহ,ফিংগাৰ মেচিন??///

22/05/2024

উত্তৰ ভকুৱামাৰী-মটঙাঁ জোনাকী তৰা সমাজৰ উদ্যোগত সদ্য ঘোষিত হাইস্কুল,হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ কিছুমান দৃশ্য সমূহ /////

Address

Bhakuamari
Barpeta Road
781318

Website

Alerts

Be the first to know and let us send you an email when BTR News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share