RNN Assam

RNN Assam This is the official page of (Regional News Network)RNN Assam, the most-watched News portal

04/09/2026

বি বি মহাবিদ্যালয়ৰ 34 সংখ্যক নৱাগত আদৰণি সভাত বিধায়ক শ্বেৰমান আলী আহমেদক আদৰণি।

04/09/2026

বি বি মহাবিদ্যালয়ৰ ৩৪ সংখ্যক নৱাগত আদৰণি সভাত বিধায়ক শ্বেৰমান আলী আহমেদৰ ভাষণ।

03/09/2026

নৱজ্যোতি মহাবিদ্যালয়ৰ ৫৫ সংখ্যক নৱাগত আদৰণি সভাৰ মুখ্য অতিথি বিধায়ক শ্বেৰমান আলী আহমেদক কলেজ শিক্ষাৰ্থীৰ ৱেলকাম পেৰেড।

03/09/2026

নৱজ্যোতি মহাবিদ্যালয়ৰ ৫৫ সংখ্যক নৱাগত আদৰণি সভাৰ মুখ্য অতিথি বিধায়ক শ্বেৰমান আলী আহমেদক এইদৰে We'll come জনায়।

03/09/2026

নৱজ্যোতি মহাবিদ্যালয়ৰ ৫৫ সংখ্যক নৱাগত আদৰণি সভাৰ মুখ্য অতিথি বিধায়ক শ্বেৰমান আলী আহমেদৰ ভাষণ।

01/09/2026

ৰাজ্যসভাৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ Chief Whip নাদিমুল হকক গুৱাহাটী এয়াৰপ'ৰ্টত আদৰণি।

27/08/2026

কিছু দিন পূৰ্বে নেপালত মছজিদ জ্বলাই দিয়াৰ বাবে প্ৰকৃতিয়ে ধ্বংসলীলা চলাইছে।
কিছু উগ্ৰ হিন্দুত্ববাদীৰ বাবে সাধাৰণ ৰাইজে কষ্ট ভোগ কৰিবলগীয়া হৈছে।
অন্ধ ভক্ত‌‌‌ কেইটাই ইয়াৰ পৰা শিক্ষা পোৱা উচিত।
এইদৰে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ এগৰাকী অসমীয়া মহিলাৰ।

26/08/2026

📌নেপালত বানৰ সংহাৰী ৰূপ।
📌তিব্বতৰ পৰা বৈ অহা কোশী নদীৰ বাঢ়নী পানীত প্লাৱিত উত্তৰ নেপালৰ ৰাসুৱা জিলা।
📌প্ৰলয়ংকৰী বানত ১ হাজাৰৰো অধিক লোক উটি যোৱাৰ আশংকা।
📌এই পৰ্যন্ত প্ৰলয়ংকৰী বানত ১৩জনৰ মৃতদেহ উদ্ধাৰ।

22/08/2026

বিধায়ক শ্বেৰমান আলী আহমেদৰ জনপ্ৰিয়তাত একপ্ৰকাৰ হতচকিত বিৰোধী।

22/08/2026

কৰাৰকুৰ বেকী ব্ৰিজৰ উদ্বোধন

Address

Barpeta Road
Barpeta Road
781319

Telephone

+919531100113

Website

Alerts

Be the first to know and let us send you an email when RNN Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RNN Assam:

Shortcuts

Share

l="false"> Add listing
  • Login
  • Subscribe

    We will notify you when anything happens in Barpeta Road.