AssamZ News

AssamZ News আপোনাৰ চহৰ আপোনাৰ মাত
ASSAM Z NEWS 24×7 আপোনাৰ সেৱাত।

28/08/2026

** আপুনি জেলত যাব লাগিব মাথা তল কৰি কথা পাতকএইখন গোলাঘাট হয়

** মৰণোত্তৰ পৰীক্ষাত: ড্ৰাগছ নহয়, হত্যাকাণ্ডৰ বলি হৈছিল অচিন্ত! অ’চি বিমান চেতিয়াৰ বিৰুদ্ধে উৎকোচৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ লগতে দল সংগঠনৰ

28/08/2026

মাছ চুৰক ৰাইজৰ লপা ধপা।

* ঘটনা সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ।

28/08/2026

** অসমৰ মিঞা এটা এটাকৈ গুলীয়াই মাৰিবলৈ মূখ্যমন্ত্ৰীক আহ্বান অসমীয়া যুৱ মঞ্চৰ।

সদৌ বৰপেটা জিলা ছাত্ৰ সন্থা উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত বি...
27/08/2026

সদৌ বৰপেটা জিলা ছাত্ৰ সন্থা উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ। অত্যাৱশ্যকীয় সামগ্ৰীৰ অকাশলংঘী মূল্যবৃদ্ধি, নিয়ন্ত্ৰণহীন বজাৰ ব্যৱস্থাই সাধাৰণ ৰাইজক জুৰুলা কৰি তুলিছে যে অতি সোনকালেই সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে
বিক্ষোভ সমদল ওলিয়াই সদৌ অসম ছাত্ৰ সন্থাই।

27/08/2026

সন্ধিয়া হাতীগাওঁ চাৰিআলিত দুই বন্ধুৰ মাজত মা*ৰ*পিট।

27/08/2026

নেপালৰ মহাপ্ৰলয়ৰ কবলৰ পৰা এটি কনমানি জীৱন্তে উদ্ধাৰ।
চাওঁক কেনেদৰে কৰিলে উদ্ধাৰ।

27/08/2026

**বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আকস্মিক বিয়োগত মথনগুৰিত বিপিএফৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
** শ্ৰদ্ধাঞ্জলিত বিটিচিৰ ইএম বেগম আখতাৰা আহমেদ আবেগিক হৈ পৰে।


27/08/2026

নেপালৰ প্ৰলয়ংকাৰী বানত সন্ধানহীল বহু বহুকেইখন দেশৰ পৰ্যটন।

27/08/2026

নেপালত মহাপ্ৰলয়ৰ আগমূহুৰ্তৰ দৃশ্য।

#

26/08/2026

নেপালত প্ৰকৃতিৰ সংহাৰী ৰূপ! প্ৰলয়ংকৰী বানত হাহাকাৰ পৰিস্থিতি! পাহাৰৰ পৰা নামি অহা ভয়ংকৰ পানীৰ ঢৌৱে উটুৱাই নিলে সকলো

Address

Barpeta Road
Barpeta Road

Alerts

Be the first to know and let us send you an email when AssamZ News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share