Udbhas News

Udbhas News For Authentic & Varified information follow UDBHAS News .

"অনুভুতি"ৰ নতুন কাৰ্যকৰী সমিতি।******************************বৰপেটা ৰোড চিত্ৰকলা নিকেতনৰ প্ৰেক্ষাগৃহত অনুস্থিত এক সাধাৰণ...
16/08/2026

"অনুভুতি"ৰ নতুন কাৰ্যকৰী সমিতি।
******************************
বৰপেটা ৰোড চিত্ৰকলা নিকেতনৰ প্ৰেক্ষাগৃহত অনুস্থিত এক সাধাৰণ সভাত যোৱা ১৫ আগষ্ট /২৬ ইং তাৰিখে বৰপেটা ৰোডৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুস্থান "অনুভূতি"ৰ ভবিষ্যত কাৰ্য্যপন্থা নতুন উদ্যোগেৰে চলাই নিয়াৰ বাবে প্ৰণৱ জ্যোতি ভূঞাক সভাপতি আৰু ঈশান কলিতাক সম্পাদক তথা ৰেজাউল কৰিম আহমেদক কাৰ্য্যকৰি সভাপতি, মনোজ শৰ্মাক উপসভাপতি, পংকজ দেক সহঃ সম্পাদক, তপন দাসক সাংস্কৃতিক সম্পাদক আৰু পাছজন সদস্যৰে এখন শক্তিশালী নতুন কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হয়। বৰপেটা ৰোড তথা ইয়াৰ দাতি কাষৰীয়া বিভিন্ন অঞ্চল সামৰি সামাজিক সাংস্কৃতি বহু সফল কাৰ্য্যপন্থাৰে জনপ্ৰিয় তথা প্ৰতিস্থিত এই অনুস্থানটোৰ নতুন কাৰ্য্যনিৰ্বাহক সমিতিখনক লৈ আশাবাদী সংস্থাটোৰ প্ৰতিজন সদস্যৰ লগতে স্থানীয় ৰাইজ।
এই সভাতে বিগত এক দহকৰো অধিক কাল স্বস্বতা, একাগ্ৰতা আৰু নতুন নতুন উদ্যোগেৰে সমাজৰ হকে উদ্যমেৰে কাম কৰি অহা এটা নিকা সংস্থাৰ ভাৱমুৰ্তি বহন কৰা অনুস্থানৰ নতুন সমিতিৰ সদস্য সকলক উপস্থিত ৰাইজে শুভেচ্ছা জনাইছে।

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ দেহাৱসান ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৫ আগষ্ট: নব্বৈ দশকৰ অসমৰ সংবাদ জগতৰ আলোকচিত্ৰ শিল্পী ...
06/08/2026

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ দেহাৱসান

ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৫ আগষ্ট: নব্বৈ দশকৰ অসমৰ সংবাদ জগতৰ আলোকচিত্ৰ শিল্পী (ফটোগ্ৰাফাৰ) প্ৰদীপ দত্তৰ ৫৮ বছৰ বয়সত দেহাৱসান ঘটে৷ অসম স্পৰ্টচ জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ লগতো আৰম্ভণিৰ পৰাই সক্ৰিয় সদস্য হিচাপে বহু দিন ধৰি ক্ৰীড়া ফটোগ্ৰাফাৰ হিচাপে কাম কৰিছিল৷ দ্য নিউজফ্ৰন্ট ইংৰাজী দৈনিক, গণ পত্ৰিকা বঙালী দৈনিক আৰু অমৰজ্যোতি অৰ্ধসাপ্তাহিক অসমীয়া কাকতৰ ফটোগ্ৰাফাৰ আৰু পিছলৈ বিভিন্ন এনজিঅ’ ৰ লগত জড়িত প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ অসমীয়া সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি হ’ল৷ আজি পুৱা কাহিলীপাৰা নৰকাসুৰৰ বাসগৃহত হঠাতে গা বেয়া লাগি ঢলি পৰে আৰু ততাতৈয়াকৈ হস্পিতালত নিয়া হয় যদিও তাৰ আগতেই শেষ নিশ্বাস ত্যাগ কৰে৷ জিএমচিএইচত মৰনোত্তৰ পৰীক্ষাৰ পিছত নিশাৰ ভাগত নৱগ্ৰহ শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হয়৷ বিভিন্ন সংগঠন, সাংবাদিক, বন্ধু আৰু গুণমুগ্ধ আদিয়ে দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

31/07/2026

এয়াই হল‌ সত্য।
Source Facebook

31/07/2026
With Amit Thakur – I just got recognized as one of their top fans! 🎉
25/07/2026

With Amit Thakur – I just got recognized as one of their top fans! 🎉

অসহনীয়
23/07/2026

অসহনীয়

Address

Barpeta Road, Barpeta Road
Barpeta Road
781315

Alerts

Be the first to know and let us send you an email when Udbhas News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Udbhas News:

Shortcuts

Share