K News 24

K News 24 Contact Number 8724929690
(1)

অসমত আপুনি SIR বিচাৰেনে ?
17/08/2025

অসমত আপুনি SIR বিচাৰেনে ?

16/08/2025

জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে প্ৰতিবাদ

২০২৬ ত চেঙা সমষ্টিৰ পৰা কোনটো দল বিচাৰে ?
01/08/2025

২০২৬ ত চেঙা সমষ্টিৰ পৰা কোনটো দল বিচাৰে ?

আজি ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কাৰাবন্দী বিধায়ক আমিনুল ইছলামৰ মুক্তিৰ দাবীত আ...
31/07/2025

আজি ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কাৰাবন্দী বিধায়ক আমিনুল ইছলামৰ মুক্তিৰ দাবীত আৰু পুনৰ্বাসন অবিহনে কোনো নাগৰিকক উচ্ছেদ নকৰাৰ দাবী জনাই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । ইয়াৰ লগতে স্থানীয় চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মাননীয় ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

28/07/2025

26/07/2025

ভৌকামাৰী ৰাইজৰ গৰাখহনীয়াৰ সমস্যা

ডবকাত কালাপানীত ভ*য়ংকৰ পথ দুৰ্ঘটনা । বালি কঢ়িওৱা ট্ৰাকৰ সৈতে ব্যক্তিগত একন বাহনৰ মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাত পতিত বাহন ক...
26/07/2025

ডবকাত কালাপানীত ভ*য়ংকৰ পথ দুৰ্ঘটনা । বালি কঢ়িওৱা ট্ৰাকৰ সৈতে ব্যক্তিগত একন বাহনৰ মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাত পতিত বাহন কংগ্ৰেছ নেতা আব্দুল হান্নানৰ বুলি জানিব পৰা গৈছে । কংগ্ৰেছ নেতাগৰাকীৰ বাহন খনৰ নম্বৰ হৈছে AS-01- DU-0004 ।
'
'
'

25/07/2025

বাপ দাদাৰ দল কংগ্রেছ আৰু বিজেপি সমান দায়ি; এই দাবী বিধায়ক আশ্ৰাফুল হুছেইনৰ।

24/07/2025

গাড়ীৰ ভিতৰত পৰকীয়াত লিপ্ত স্বামী, পত্নী হাতেনাতে ধৰা পৰে

24/07/2025

চৰকাৰী সুবিধা লাভৰ ব্যৱস্থাক আমি সদায় সম্প্রসাৰণ কৰি আহিছোঁ। অসম কেবিনেটৰ সিদ্ধান্ত মর্মে এতিয়াৰে পৰা মাননীয় বিধায়ক তথা ৰাজ্য চৰকাৰে বিভিন্ন শিতানৰ পুঁজিৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন চহৰৰ ফ্লেটৰ আবাসীসকলক সামূহিক কল্যাণমূলক কামত সহায় আগবঢ়াব পাৰিব।

23/07/2025

মুছলিম আৰু হিন্দুসকল মাজত এক ভয়ংকৰ মাৰপিট

Address

Kapahartari, Barpeta Road
Barpeta Road
781352

Alerts

Be the first to know and let us send you an email when K News 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to K News 24:

Share