Live Axom 24

Live Axom 24 this is my offical page

06/05/2026

আই পি এল জুৱাৰীৰ বিৰুদ্ধে হাউলী আৰক্ষীৰ অভিযান ।

হাউলী আৰক্ষীয়ে আই পি এল জুৱাৰীৰ বিৰুদ্ধে চলাইছিল অভিযান ।

30/03/2026

BJP দলৰ মনোনীত প্ৰাৰ্থী বাদল চন্দ্ৰ আৰ্য্যৰ নিৰ্বাচনী গীত

28/03/2026

অভয়াপুৰী ডুমুৰীয়া দ্বিতীয় খণ্ডত নিশা ভয়ংকৰ অগ্নিকাণ্ড : এল এল প্ৰেছ এণ্ড গ্ৰাফিক্স নামৰ দোকান জুইত ভস্মীভূত, প্ৰায় ৮০ লাখ টকাৰ ক্ষতি।
দোকান খনৰ স্বত্বাধিকাৰী লগতে স্থানীয় ৰাইজ ক্ষতিপূৰণৰ দাবী জনায় চৰকাৰৰ ওচৰলৈ।

28/03/2026

হাউলী কদমগুৰিত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ মন্তব্য:- ৪,৫ এপ্ৰিলত এই আই ইউ ডি এফৰ কায্যাল‌য় খালী হৈ যাব।তাত কোনো নাথাকে।

27/03/2026

যুজ এখন হব ভৱানীপুৰ-সৰভোগ সমষ্টিতঃ মনোৰঞ্জন তালুকদাৰ

26/03/2026

বৰপেটাৰোডৰ বেকী নদীৰ পাৰৰ উমাৱতী আশ্ৰমত অশোকাষ্টমী পূজা

09/02/2026
বৰপেটাৰোডৰ সাত ভনীটুপৰ   চন্দন ৰায়ৰ বিয়োগ। নিশা হঠাৎ হৃদক্ৰিয় বন্ধ হৈ মৃত্যুৰ মুখত পৰে।বৰপেটাৰোডৰ সাত ভনীটুপৰ  ২৫বছৰীয়া ...
22/01/2026

বৰপেটাৰোডৰ সাত ভনীটুপৰ চন্দন ৰায়ৰ বিয়োগ। নিশা হঠাৎ হৃদক্ৰিয় বন্ধ হৈ মৃত্যুৰ মুখত পৰে।বৰপেটাৰোডৰ সাত ভনীটুপৰ ২৫বছৰীয়া যুৱক চন্দন ৰায়ৰ অকাল বিয়োগে অঞ্চল বাসীৰ মাজত এক শোকাকূল পৰিবেশৰ সৃষ্টি কৰে।
চন্দন ৰয়ে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল।
তেওঁৰ মৃত্যুৰ খবৰে বন্ধু বৰ্গৰ লগতে পৰিয়ালৰ মাজত এক শোকৰ সৃষ্টি কৰে।

22/01/2026

জামুগুৰিহাটৰ গমিৰিপালত অনুষ্ঠিত হয় সনাতনী হিন্দু সন্মিলন৷
# সনাতনী হিন্দু ধৰ্ম্মীয় সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত সন্মিলনৰ আয়োজন কৰা উচিৎ = আৰ,এছ,এছ প্ৰচাৰক৷

22/01/2026

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনলৈ ১৪টা দিন বাকী।
# সহশ্ৰাধিক ভক্তপ্ৰাণ ৰাইজ ও আইমাতৃৰ উপস্থিতিত উদুলিমুদুলি পৰিবেশ৷
# আইমাতৃ ভকত বৈষ্ণৱৰ হৰিনাম ধ্বনিত দ্বিতীয় বৈকুণ্ঠ নগৰিত পৰিনত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ৷
# বিগত দুমাহ ধৰি অধিবেশন স্থলীতে থাকি সেৱা আগবঢ়াই আহিছে এজন বিশেষ সেৱকে।

Address

Barpeta Road
Barpeta Road

Telephone

+918136038212

Website

Alerts

Be the first to know and let us send you an email when Live Axom 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live Axom 24:

Share