05/09/2026
হাউলীৰ মাদুলিঝাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে মৃদুস্মিতা দাসে, কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিকত Ph.D. লাভ
অসমীয়া ভাষাৰ প্ৰযুক্তিগত উত্তৰণৰ গৱেষণাৰে মৃদুস্মিতা দাসৰ Ph.D. অৰ্জন, গৌৰৱান্বিত মাদুলিঝাৰ