Yash Vlogs

Yash Vlogs I’m a great believer in luck and I find the harder I work the more I have of it ❤

18/09/2025
30/08/2025

🔴M NEWS Photo Contest 2026
#পুৰস্কাৰ_সমূহঃ
➡️প্ৰথম পুৰস্কাৰঃ নগদ ৩০০০ টকা ।
➡️দ্বিতীয় পুৰস্কাৰঃ নগদ ২০০০ টকা।
➡️তৃতীয় পুৰস্কাৰঃ নগদ ১০০০ টকা ।
#প্ৰতিযোগিতাৰ_নিয়ম_সমূহঃ
১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হ'ব ।
২) যিকোনো গ্ৰুপ ফটোও গ্ৰহণ কৰা হ'ব ।
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো "M NEWS" facebook পেইজত আপলোড কৰা হ'ব।
৪) ৩১ ডিচেম্বৰ, ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব নিজৰ নিজৰ ফটো ।
৫) আপলোড দিয়া ফটোত হোৱা Views আৰু Reach ৰ ভিত্তিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব ।
৬) WhatsApp ত প্ৰেৰণ কৰিব লাগিব ফটো, প্ৰতিযোগিৰ নাম আৰু জিলাৰ নাম ।
৭) ➡️ 087530 93318 (WhatsApp) নম্বৰত প্ৰেৰণ কৰিব লাগিব ফটো ।
৮) বিজয়ী সকলক M NEWS ৰ কাৰ্য্যালয়ত পুৰস্কাৰ প্ৰদান কৰা হ'ব ।
বিঃদ্রঃ- M NEWS ৰ পেইজটো Follow কৰা বাধ্যতামূলক।
➡️Your hashtag code:

Address

Barpeta Road
Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when Yash Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share