Public Talks24 Northeast

Public Talks24 Northeast কেৱল সমাজৰ সামাজিক সমস্যাৰ হকে, টি.ভি.পেপাৰত নেদেখুৱালেও আমি দেখুৱাম প্ৰতিবেদনৰ আকাৰত।🙏
শুদ্ধ আৰু স্পষ্ট।
Public Talks 24 NE Always One Step Ahead Of Time...

this page is made for only entertainment and media News update. It will be open for 24 hours. The various problems of the society, and the various problems of the helpless people of the country are not shown on TV and in the papers, but we will show them in the form of reports. Today we are always with Rise. Public Talks24 Northeast is an ideal medium of communication. This organization works by u

pholding the homeland, ethnicity and religious ideology. In this age there is no more news. Each piece of news is accompanied by its own views and analysis of the relevant authorities; Analyzes which in most cases do not conform to the views and ideals of the people of this country. The news presented by some media houses conflicts with the ideology of the majority of the people, the results of which can be seen in the comment box below each news item. Public Talks24 Northeast wants to work in this very place. Public Talks24 Northeast wants to bring out the news that people want to see, but are excluded from censorship due to their own views. Millions of viewers now roam online due to the availability of technology. So the reign of independent television channels is coming to an end day by day. Now social media is the biggest focus of news coverage. Public Talks24 Northeast therefore wants to work by making Facebook and YouTube channels the medium. The Public Talks24 Northeast family wishes the visitors unwavering support, love and advice in the ongoing journey.

20/07/2025

বাক্সাৰ শালবাৰীৰ এলেঙামাৰী অঞ্চলত অনুষ্ঠিত হ'ল জামাত উলামা কাউন্সিলৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক সজাগতা সভা।

07/07/2025

🔴 অসমীয়া জীয়ৰীৰ অপমানজনক যাত্ৰা — নীলাছবিৰ 'প্ৰেৰণা' লৈ বিশ্বমুখী হৈ উঠিছে অৰ্চিতা ফুকন? অপসংস্কৃতিক পথত অসমীয়া জীয়ৰী!

**nstar **n

07/07/2025

বি. বৰুৱা মহাবিদ্যালয়ৰ ইলিনা পাৰবীনে গঢ়িলে গৌৰৱৰ ইতিবৃত্ত — গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত পঞ্চম স্থান দখল ইলিনা পাৰবিনৰ।

04/07/2025

শালবাৰীৰ কালপানীত অংশুমান স্বৰ্গীয়াৰিৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

02/07/2025

🔴 কালপানীত ডাম্পাৰৰ তলত পৰি কিশোৰৰ মৃত্যু — জিলা প্ৰশাসনৰ নিয়ম উপেক্ষিত!

🔴 বাক্সাৰ শালবাৰীত ডাম্পাৰৰ অবাধ দৌৰাত্ম — জিলা প্ৰশাসনৰ নীতিনিয়মৰ ওপৰত প্ৰশ্নচিহ্ন!

22/06/2025

মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ৰ ঐতিহাসিক কমতাপুৰ ৰাজ্য তথা পশ্চিম অসমত যিদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যি এক শৰণ নামধৰ্ম জনগণৰ কাষলৈ নি প্ৰয়াস চলাইছিল সেই এলেকাত ইয়াৰ আনুগত্য আন জিলাৰ তুলনা নগণ্য: বাপ কৃষ্ণ কিঙ্কৰ খাটনিয়াৰ।

20/06/2025

বিশ্বৰ মানচিত্ৰত অশান্তিৰ ঢৌ: ইৰান-ইজৰাইলৰ যুদ্ধত উত্তাল মধ্যপ্ৰাচ্য।

তেল অৱিভৰ আকাশত আকৌ একেলগে উঠিছে বেলিষ্টিক মিছাইল আৰু হৰ্ষণৰ শব্দ। ইজৰাইলৰ প্ৰতি ইৰানে চলোৱা প্ৰত্যাঘাতৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্য পুনৰ উদ্বেগ আৰু উত্তেজনাৰ কেন্দ্ৰবিন্দুত।

19/06/2025

👉শক্তিশালী হাইপাৰছনিক মিছাইলেৰে তেল আভিভত সংহাৰ, ইজৰাইলৰ অহংকাৰ পতন!

👉নেতান্যাহু আৰু ট্ৰাম্পৰ সকীয়নি উপেক্ষা কৰি আগবাঢ়িছে ইৰাণ।

👉আইৰন ডোমৰ ব্যৰ্থতা — ইজৰাইলৰ অহংকাৰৰ পতন।

17/06/2025

শালবাৰীত প্ৰথমবাৰ Bodoland CEM Cup 2025-ৰ শুভাৰম্ভ: একতাবদ্ধতাৰ বাটত ফুটবল

16/06/2025

ইৰানৰ বৃহৎ প্ৰতিশোধ – ইজৰাইলৰ ওপৰত বিধ্বংসী আক্ৰমণ!

মধ্য প্ৰাচ্যত পুনৰ যুদ্ধৰ দামামা।

আৰক্ষীৰ জালত বিলাসীপাৰাৰ ভাইৰেল Content Creator.
13/06/2025

আৰক্ষীৰ জালত বিলাসীপাৰাৰ ভাইৰেল Content Creator.

12/06/2025

👉বিদ্ৰোহত কঁপিছে আমেৰিকা!
👉লছ এঞ্জেলছত হিংসাৰ জুই!
👉গৱৰ্ণৰে ৰাষ্ট্ৰপতি ট্ৰাম্পক দিল সতর্কবাণী।

Address

Barpeta Road
Barpeta Road

Alerts

Be the first to know and let us send you an email when Public Talks24 Northeast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Public Talks24 Northeast:

Share