Nuri Zannat Raihana-নুৰী

Nuri Zannat Raihana-নুৰী নুৰী জান্নাত ৰাইহানা-NURI

13/07/2025

গুৱাগাছা-ভালাগুৰি পল্লা নদীত গা ধোৱাৰ নামত কিছু দিন ধৰি কিছুমান ল'ৰা ছোৱালীৰ যি অতপালি বৃদ্ধি হৈছিল, তাৰ প্ৰতিফলনত আজি কাৰ বা মাকৰ বুকু উদং হ'ল। অভিভাৱক তথা স্হানীয় ব্যক্তি ,প্ৰশাসন এই ক্ষেত্ৰত সজাগ হ'ব লাগে।

03/05/2025

Good morning everyone 🌅🌅🌅🌅☕🍵☕🍵☕

02/05/2025

👉আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই৷
🖊️ জ্যোতি প্ৰসাদ আগৰৱালা৷

Vote for Afjal Hussain 🙏
01/05/2025

Vote for Afjal Hussain 🙏

🛺🛺🛺🛺

29/04/2025

👉সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে৷
🖊️ মহাত্মা গান্ধী৷

🛺🛺🛺🛺
28/04/2025

🛺🛺🛺🛺

27/04/2025
26/04/2025

👉মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন৷
🖊️ প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো৷

Address

Bilasipara P. O-Bilasipara Bazar Dist-Barpeta, Barpeta Road
Barpeta Road
781315

Website

Alerts

Be the first to know and let us send you an email when Nuri Zannat Raihana-নুৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category