ME24 Prime

ME24 Prime FOR CURRENT NEWS

06/09/2026

বজালী জিলাৰ ভালাগুৰী বজাৰত থিয়েটাৰ কলাগুৰু। আজি তেওলোকৰ গৌৰৱ উজ্জল ২য় নিশা।

30/08/2026

মাত্র ১৩ বছৰ বয়সত মোহাম্মদ জাকাৰীয়া হৈ পৰিল পবিত্র কোৰানৰ হাফিজ।
সেইবাবে মোহাম্মদ জাকাৰীয়াৰ নাম এতিয়া হাফিজ মোহাম্মদ জাকাৰীয়া।
আপুনিও জনাওক অভিনন্দন ।
❤️ ❤️❤️ ❤️❤️reels ♥️

15/08/2026

নিজে জীৱনত কেতিয়াও পঢ়া-শুনা কৰা নাই। সম্পূর্ণ ৰূপে নিৰক্ষৰ।
কিন্তু নিজে স্থাপন কৰিলে এক বিশাল বিদ্যালয় ।

11/08/2026

👉আজি লায়ন্স ক্লাব ভালাগুৰীৰ উদ্যোগত আয়োজিত প্রাইজ মানি ফুট বল টুর্নামেন্টৰ ফাইনেল খেল অনুষ্ঠিত হয়।
👉ৰাইজৰ ব্যাপক সহাৰি।

09/08/2026

ধুবুৰি বিলাসীপাৰাৰ মহিদুল ইছলামক হাজাৰ বাৰ চেলুট🙏🙏🙏

07/08/2026

হে বিকাশ অসম তোমাক হাজাৰ বাৰ চেলুট🙏🙏🙏

05/08/2026

উজনীৰ ভয়াবহ বান পৰিস্থিতিৰ বাবে আজি ৰাইজৰ পৰা অলপ দান বৰঙণি তুলিলো।🙏🙏🙏

05/08/2026

হে শুকুৰ আলী ভাই তুমি মহান! 🙏🙏🙏

05/08/2026

সত্যৰঞ্জন বৰাৰ আশু আৰোগ্য কামনা কৰিছো। তেও সোনকাল সুস্থ হওক তাৰ বাবে দোৱা কৰিছো।

29/07/2026

👉বিধায়ক মৌলানা বদৰুদ্দিন আজমল আৰু বিধায়ক অখিল গগৈক চেলুট জনাইছো।🙏🙏🙏
👉এইবাৰ উজনীৰ বানপানীয়ে আমাক বহুত কথা শিকালে।
👉ভাল মানুহ আৰু মানৱতা এতিয়াও জীয়াই আছে।

Address

Barpeta Road
Barpeta Road
781315

Alerts

Be the first to know and let us send you an email when ME24 Prime posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ME24 Prime:

Shortcuts

Share