26/10/2025
⚫সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক বোকাখাত অধিবেশন আজি অনুষ্ঠিত বিষয় বাছনি সভাত শিলচৰৰ বিক্ৰমজিৎ চক্ৰৱৰ্তীক মুখ্য উপদেষ্টা, ডিব্ৰুগড়ৰ ৰঞ্জন ৰাইডঙ্গীয়াক সভাপতি বৰপেটাৰ সুনীল নাথক উপ সভাপতি আৰু গুৱাহাটীৰ জয়ন্ত ভান্ডাৰ কায়স্থক প্ৰতিনিধি সভাই বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত কৰে আৰু সমগ্ৰ অসমৰেক প্ৰতিনিধি সকলক লৈ এখন পয়সত্তৰ জনীয়া এখন নতুন কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰে।।