ASSAM TALKS 365

ASSAM TALKS 365 প্ৰতিভাৰ সন্ধানত দুখোজ...।

06/10/2024

ৰাজ্য খনৰ আন আন ঠাইৰ লগতে অভয়াপুৰীতো নিযুত মইনা আচঁনিৰ চেক বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

12/09/2024

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই ভাগ ভাগ কৰিছে ৰাজ্য।'

সংখ্যালঘু নিৰাপত্তাৰ দাবীৰে ৰাজধানী কঁপালে আমছুৱে।

দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদ স্থলীত মুখ্যমন্ত্ৰীক কেইবাটাও চেলেঞ্জ আমছুৰ।

12/09/2024

বঙাইগাঁও জিলাৰ অভয়াপুৰীত অ**সং**য**ত অৱস্থাত পুৰুষ-মহিলাক ৰাইজে কৰিলে আ**ৱ**দ্ধ ।

26/07/2024

ডাম্পাৰে ম**হ**তি**য়া**ই নি*লে বাইক আ*ৰো*হী*ক ৷

24/07/2024

গৌৰীপুৰৰ ডুমৰদহ তৃতীয় খণ্ড গাওঁত মা**ন**সি**ক হা*ৰা*শা*স্তি*ৰ ব*লি হৈ আ**ত্ম**হ**ত্যা বিবাহিত যুৱকৰঃ

মৃ**ত**দে**হ লৈ চোতালত প্ৰতিবাদ উ**ত্তে**জি**ত গঞা ৰাইজৰঃ

21/06/2024

♦️সামাজিক মাধ্যমত ভাইৰেল চাইকেল ষ্টানৰ দৃশ্য।

03/06/2024

ভৰা লুইতৰ বুকুত দু:সাহসী অভিযান অসমীয়া যুৱকৰ।

প্লাষ্টিকৰ পেলনীয়া বটলৰ নাৱ সাজি ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰা অসমীয়া যুৱকৰ।

27/05/2024

শিক্ষানুষ্ঠান এখন আদৰ্শ দিশত গতি কৰে যেতিয়া শিক্ষানুষ্ঠান এখন ত্ৰিকোণ আকৃতিত ৰূপ ধাৰণ কৰে।

25/05/2024

শিলচৰৰ প্ৰতি খন সমষ্টি সূর্যৰ প্রচণ্ড তাপমাত্রা বাঢ়িছে, দিনক দিনে তাপমাত্ৰা বাঢ়িছে, এফালে বনাঞ্চল ধ্বংস হৈছে, আনফালে সূর্যৰ উষ্ণতা বাঢ়ি গৈছে, প্ৰতিদিনে ৰাতিপুৱা যেতিয়া সূৰ্য্য উদয় হয়, সাধাৰণ মানুহৰ মনত আতঙ্ক বাড়ি যায়। বিশেষকৈ দিন মজুৰ,স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে এই প্রচণ্ড গৰমত স্কুলত যাবলৈ ভয় কৰে, চহৰৰ পৰা গাঁও বজাৰলৈ মানুহৰ চলাচল নহয়। ইয়াৰ উপৰি পুনৰ বিদ্যুতৰ সমস্যা বাঢ়িছে, অত্যন্ত গৰমত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰা হৈছে। এই প্ৰচণ্ড গৰমত সাধাৰণ মানুহৰ বাবে ঘৰৰ ভিতৰত থকাটো সম্ভৱ নহয়, গছৰ তলত আশ্ৰয় ল’বলৈ বাধ্য হৈছে ।

16/05/2024

যোগীঘোপা বেলতলীৰ ছাত্তাৰ আলী দুৰাৰোগ্য বেমাৰত আক্ৰান্ত।
আপোনালোকৰ সহায়ে বচাব পাৰে ছাত্তাৰ আলীৰ জীৱন।

PHONE PAY NUMBER 93657 72290

IFSC codel. PUNB0038620
Bank Account number 0386010260749

25/04/2024

বঙাইগাঁও জিলাৰ ৭৫৬ নং অভয়াপুৰীস্থিত ২ নং প্ৰাথমিক বিদ্যালয়ত উলহ মালহেৰে পালন কৰা হয় অসমীয়াৰ স্বভিমান সাত বিহু।

19/04/2024

DC য়ে নকল কৰি পাচ কৰিছে, তেওঁ একো নাজানে, ধুবুৰী লোকসভা সমষ্টিৰ প্রার্থী শুকুৰ আলী।

Address

Barpeta Road
Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when ASSAM TALKS 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM TALKS 365:

Share