D.TV ASOM

D.TV ASOM সত্যৰ সন্ধানত।

10/06/2026
08/06/2026

মাৰ্ঘেৰিটাত জঘন্যকাণ্ড! কামনালৈ বলি হ’ল ১১ বছৰীয়া কিশোৰী!

মাৰ্ঘেৰিটাৰ চাইডিঙত পোহৰলৈ আহিছে লম্পট বাংলাদেশী মিঞাৰ ঘৃণনীয় স্বৰূপ!

প্ৰথমে পিতৃৰ সৈতে বন্ধুত্ব, তাৰ পিছতেই ১১ বছৰীয়া কিশোৰীক চিকাৰ!

ধনৰ লালসা দেখুৱাই নাবালিকাৰ সৈতে কৰিলে অসৎ চৰিতাৰ্থ!

07/06/2026

৩ জুনত বিশ্ব চাইকেল দিৱস উদযাপন কৰা হয়। এইবাৰ বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি ভিন্ন প্ৰান্তত সপ্তাহজুৰি ৰূপায়ন কৰা হৈছে এই কাৰ্যসূচী।

শিৱসাগৰত আজি পুৱাই শিৱসাগৰ চাইক্লিং কমিউনিটীৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত উলিওৱা হয় চাইকেল ৰেলী।

সেউজীয়া ভৱিষ্যতৰ বাবে, সু-স্বাস্থ্যৰ বাবে চাইকেল চলোৱা বাণীলৈ উলিওৱা হয় এই ৰেলী।

শিৱসাগৰ আৱৰ্ত ভৱনৰ সন্মুখৰ বৰপুখুৰীৰ পাৰৰ পৰা শিৱদলৰ সন্মুখহৈ জয়সাগৰলৈকে গৈ পুনৰ শিৱদলৰ সন্মুখলৈকে ১৭ কিলোমিটাৰ চাইকেল ৰেলী উলিয়াই সজাগতাৰ প্ৰয়াস কৰা হয়।

উল্লেখ্য যে ২০১৮ চনৰে পৰা বছৰি বিশ্ব চাইকেল দিৱস উদযাপন কৰি অহা হৈছে।

07/06/2026

কিছু দিনৰ পৰা আমাৰ নবী হজৰত মহম্মদ ( ছা:) ৰ ওপৰত একাংশ লোকে আগবঢ়াই অহাবিৰূপ মন্তব্য কৰা বিৰুদ্ধে আজি বিজনীত অনুষ্ঠিত আমাৰ সংবাদ মেলৰ কিয়দংশ।

07/06/2026

দোতমাৰ শিকাৰগাওঁত একেদিনাই তিনিটাকৈ গৰু চুৰি

এটা বিশেষ সম্প্ৰদায়ৰ লোক গৰু চুৰি কৰোঁতে ধৰাও পৰিছিল গাওঁখনত

আগতেও কেবাটাও গৰু চুৰি হৈছিল গাওঁখনৰ পৰা

প্ৰশাসনে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী গাওঁবাসীৰ

04/06/2026

শিৱসাগৰৰ চহৰৰ পৰা প্ৰায় 6 কি:মি নিলগৰ কোৱামৰা সত্ৰৰ সমীপৰ মেৰবিল ৰাজহ গাঁৱত চাৰিগৰাকী মিঞাই ভূমি ক্ৰয় কৰা সন্দৰ্ভত সৰৱ জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে হৈছে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতি।

*ভূমি ক্ৰয় কৰা স্থানত উপস্থিত জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে সদৌ অসম গৰীয়া জাতীয় পৰিষদ।

*ফুলবৰ আলি, একিবুল আলিসহ চাৰি মিঞাই কোৱামৰা সত্ৰ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ভূমি ক্ৰয় কৰাটো মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিছে জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে সদৌ অসম গৰীয়া জাতীয় পৰিষদ।

Address

Barpeta Road
Barpeta Road
781313

Website

Alerts

Be the first to know and let us send you an email when D.TV ASOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share