Assam Live24

Assam Live24 Regional news portal

10/08/2026

আজি বৰপেটাত কেইবা শতাধিক লোকৰ উপস্থিতিত বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আৰু কেইবাটাও দাবীৰে কেইবাটাও সংগঠনৰ আহ্বানত জেলভৰো আন্দোলনত অংশগ্ৰহণ কৰে।তেওঁলোকে বিজেপি চৰকাৰ হায় হায়, অংগনবাদি আৰু আশা কৰ্মী সকলৰ মাহিলী দৰমহা আৰু অন্যান্য কেইবাটাও দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে। বৰপেটাৰ পৰা ৰশিদুল ইছলাম ৰিপৰ্ট ।

10/08/2026

উত্তৰ গুৱাহাটীত ওপজা দিনত শিল্পী প্ৰেম চমুৱাক গীতে মাতে স্মৰণ।

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক আক্ৰমণ।
09/08/2026

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক আক্ৰমণ।

উত্তৰ প্ৰদেশত মাত্ৰ ২ মিনিটতেই ধূলিস্যাৎ হ'ল ২০০ বছৰ পুৰণী মছজিদ। ৫ খনকৈ ডাঙৰ বুলডজাৰ লগাই ২২ মিনিটতেই ৪২ ফুট ওখ মছজিদখন...
09/08/2026

উত্তৰ প্ৰদেশত মাত্ৰ ২ মিনিটতেই ধূলিস্যাৎ হ'ল ২০০ বছৰ পুৰণী মছজিদ।

৫ খনকৈ ডাঙৰ বুলডজাৰ লগাই ২২ মিনিটতেই ৪২ ফুট ওখ মছজিদখন ভাঙিলে আৰু ৰাতিৰ ভিতৰতেই ধ্বংৱাশেষ আতৰোৱা হয়।

ফুটবল তাৰকা লিঅ'নেল মেছিৰ পিতৃ জৰ্জ মেছিৰ বিয়োগ। ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জৰ্জ মেছিয়ে।
09/08/2026

ফুটবল তাৰকা লিঅ'নেল মেছিৰ পিতৃ জৰ্জ মেছিৰ বিয়োগ।
৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জৰ্জ মেছিয়ে।

মই লাঠী-গুলিতেই ভয় কৰা নাই, চিঞাহীলৈ কিয় কৰিম___ এই মন্তব্য AISAৰ সভানেত্ৰী নেহা বৰাৰ।'''''https://www.facebook.com/sh...
08/08/2026

মই লাঠী-গুলিতেই ভয় কৰা নাই, চিঞাহীলৈ কিয় কৰিম___ এই মন্তব্য AISAৰ সভানেত্ৰী নেহা বৰাৰ।

'

'

'

'

'

https://www.facebook.com/share/p/18DqYG43u5/

বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গাওঁ আৰু নগৰ সমূহৰ বাসিন্দা লৈ বিশেষ জাননী।
08/08/2026

বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গাওঁ আৰু নগৰ সমূহৰ বাসিন্দা লৈ বিশেষ জাননী।

08/08/2026

বৰপেটাৰোডত এপলো বটলৰ পানী খাই একেটা পৰিয়ালৰ কেইবাজনো লোক অসুস্থ। অৱশেষত পানী বিক্ৰি কৰা ফাৰ্মাচি কৰিলে চিল।

অজ্ঞাত লোকৰ দ্বাৰা সন্ধানহীন জাননী। বিধায়ক সুশান্ত বৰগোহাঁইক বিচাৰি আৰিলে বেনাৰ।
08/08/2026

অজ্ঞাত লোকৰ দ্বাৰা সন্ধানহীন জাননী। বিধায়ক সুশান্ত বৰগোহাঁইক বিচাৰি আৰিলে বেনাৰ।

08/08/2026

দুৰ্যোগৰ সময়ত ভুক্তভোগীক ৰাজনৈতিক চকুৰে চোৱা উচিত নে?

Address

Barpeta Road
Barpeta Road
781315

Alerts

Be the first to know and let us send you an email when Assam Live24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Live24:

Shortcuts

Share