বাঘবৰ এক্সপ্ৰেছ

বাঘবৰ এক্সপ্ৰেছ সদায় নতুন কথাৰ সৈতে আপোনালোককৰ মাজতল?

লাগিলে যোগাযোগ কৰিব মোবাইল ফোন নং 060000 41209 /8402868350
23/06/2025

লাগিলে যোগাযোগ কৰিব মোবাইল ফোন নং 060000 41209 /8402868350

২৩ নং চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত পালহাজীৰ উদিয়মান যুৱক Sofi Jamal Hussain ডাঙৰীয়াই  ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নৱ ...
04/06/2025

২৩ নং চেঙা বিধান সভা সমষ্টিৰ অন্তৰ্গত পালহাজীৰ উদিয়মান যুৱক Sofi Jamal Hussain ডাঙৰীয়াই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক সৌজন্যমূলক সাখ্যাত কৰি অসমীয়াৰ স্বাভিমান ফুলামগামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা কৰে ।।

28/05/2025
আগন্তুক ২০২৬ চনত সংখ্যালঘু সকলৰ পৰা যে BJP দলৰ বিধায়ক হব সেইটো প্ৰায় নিশ্চিত হৈ আছে । যি সাৰে নৱ নিৰ্বাচিত গাওঁ পঞ্চায...
23/05/2025

আগন্তুক ২০২৬ চনত সংখ্যালঘু সকলৰ পৰা যে BJP দলৰ বিধায়ক হব সেইটো প্ৰায় নিশ্চিত হৈ আছে । যি সাৰে নৱ নিৰ্বাচিত গাওঁ পঞ্চায়তৰ সদস্য/সদস্যাই BJP দলত যোগদান কৰি আছে ই এক নতুন দিগন্তৰ সূচনা কৰিব বুলি সচেতন মহলে মত পোষণ কৰি আছে ।।

13/05/2024

Rakibul Hussain

এইবাৰ আজমলৰ বিৰুদ্ধে বতাহ ধুবুৰীত।। আজমলৰ পৰাজয় নিশ্চিত কেৱল আনুষ্ঠানিকতা হে  বাকী
06/05/2024

এইবাৰ আজমলৰ বিৰুদ্ধে বতাহ ধুবুৰীত।। আজমলৰ পৰাজয় নিশ্চিত কেৱল আনুষ্ঠানিকতা হে বাকী

01/05/2024

আজি গুৱাহাটীৰ জালুকবাৰী পৰা গোৱালপাৰালৈ যোৱা নেচনেল হাইৱেত এই লৰা জন বাইক এক্সিডেণ্ট হয়। লৰা জনৰ লগত আৰু এজন আছিল যদিও সি তাৰ পৰা পলায়ন কৰে এই লৰা জলে ৰাস্তাৰ মাজত প্ৰায় ১৫/২০ মিনিট সময় পৰি থকে বহুত মানুহৰ ভিৰ হয় যদি লৰা জনক মেডিকেলত লৈ যোৱাৰ বাবে এখন গাঢ়ীৰ অভাৱ হয়। কিন্তু সেই ৰাস্তাৰে শ শ গাঢ়ী পাৰ হৈ আছে। শেষত কেইজনমান লৰাই এখন টেম্পু চালক ধমকি দি লৰা জনক মেডিকেল পঠিয়াই দিলে।। লৰা জনৰ নাম ঠিকনা একো জানিব পৰা নাই গতিকে এই পোষ্টটো সকলোৱে শেয়াৰ কৰিব যাতে সোনকালে লৰাজনৰ পৰিয়ালৰ মানুহে লৰাজনৰ ওচৰত আহিব পৰে।।

13/04/2024





নামনি অসমৰ বলিষ্ঠ কন্ঠ সংখ্যালঘু সকলৰ জনপ্ৰিয় নেতা মাননীয় বিধায়ক Sherman Ali Ahmed ডাঙৰীয়াৰ জন্মদিনত হিয়াভৰা শুভেচ্ছ...
01/03/2024

নামনি অসমৰ বলিষ্ঠ কন্ঠ সংখ্যালঘু সকলৰ জনপ্ৰিয় নেতা মাননীয় বিধায়ক Sherman Ali Ahmed ডাঙৰীয়াৰ জন্মদিনত হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ সু স্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ।।
HAPPY BIRTHDAY

Address

Barpeta Road
Barpeta Road

Telephone

+916000041209

Website

Alerts

Be the first to know and let us send you an email when বাঘবৰ এক্সপ্ৰেছ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to বাঘবৰ এক্সপ্ৰেছ:

Share