AIE Express 24

AIE Express 24 AIE EXPRESS 24 সদায় দুৰ্নীতি আৰু অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে।

06/11/2025

অভয়াপুৰী আৰক্ষীয়ে অপহৃত এগৰাকী নাবালিকা ছাত্ৰীক বহি:ৰাজ্যত উদ্ধাৰ কৰে।

৩ নৱেম্বৰত ইছলাম ধৰ্মাৱলম্বী এগৰাকী যুৱকে বঙাইগাঁও জিলাৰ বইটামাৰীত বিদ্যালয় লৈ গৈ থকা অৱস্থাত কোচ-ৰাজবংশী জনগোষ্ঠীৰ এগৰাকী নাবালিকা ছাত্ৰীক অপহৰন কৰি চুবুৰীয়া ৰাজ্য পশ্চিম বংগলৈ লৈ যায়।

♦️আগন্তুক 2026 ৰ বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰার্থী হিচাবে আপুনি কাক বিচাৰে?♦️কমেন্ট যোগে জনাওঁ...
01/11/2025

♦️আগন্তুক 2026 ৰ বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰার্থী হিচাবে আপুনি কাক বিচাৰে?

♦️কমেন্ট যোগে জনাওঁক আপোনাৰ মতামত

28/10/2025

28/10/2025

কলগাছিয়াৰ এছ আৰ পেট্ৰলপাম্পত ব্যপক অনিয়মৰ অভিযোগ।

পেট্ৰলৰ পৰিৱৰ্তে দমে দমে ওলাল পানী। পানী মিহলোৱা তেল ভৰাই বিকল হল বাইক।

27/10/2025

♦️ বনঘূগী ৰহমতীয়া কবৰস্থান জোম ৰজাৰ পৰা উদ্ধাৰ কৰাৰ কাৰনে ৰাইজৰ হৈ সংবাদ মেল আয়োজন কৰে।

যি  ধৰ্মৰেই নহʼক কিয় ২ টা কৈ  বিয়া কৰোৱা পুৰুষসকলক ৭ বছৰৰ বাবে জেলত যাব লাগিব
27/10/2025

যি ধৰ্মৰেই নহʼক কিয় ২ টা কৈ বিয়া কৰোৱা পুৰুষসকলক ৭ বছৰৰ বাবে জেলত যাব লাগিব

26/10/2025

বিধানসভা নিৰ্বাচনৰ বাবে সাজু অসম গণ পৰিষদ।ধৰ্মীয় সংখ্যালঘু প্ৰধান সৃজনগ্ৰাম সমষ্টিৰ ভেটি শক্তিশালী কৰাত নামিছে অগপ নেতা-কৰ্মী ।

অগপ দলৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ আমবাৰি-বাৰেগড় আঞ্চলিক সমিতিৰ যুৱ পৰিষদ আৰু মহিলা পৰিষদ গঠন কৰাৰ লগতে শতাধিক লোকে অগপ দলত যোগদান কৰে ।

26/10/2025

বঙাইগাঁও জিলাৰ ৩৪ নং উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ ভাণ্ডাৰাৰ পৰা জামদহালৈ যোৱা ৰাস্তাৰ মাজত বাহৰ সাঁকোৰে দীৰ্ঘদিন ধৰি স্হানীয় লোকে পাৰাপাৰ হবলগীয়া হৈছে।

প্ৰায় ২০ খনৰো অধিক গাওঁৰ ৰাইজৰ লগতে ১০খন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে এই বাহৰ সাঁকোৰে অহাযোৱা কৰে নিতৌ।

25/10/2025

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষীৰ বৃহৎ সফলতা।

ড্ৰাগছ সহ এজন স*ৰ*ব*ৰা*হ*কা*ৰী*ক আ**ট**ক।

শিমলাবাৰী গাঁৱৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ দাঁতিত থকা হোটেল এখনৰ সন্মূখৰ পৰা যুৱকক আ**ট**ক।

25/10/2025

ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰ*তি*বা*দ।

বিদ্যালয়ৰ অধ্যক্ষ জহুৰা খাতুনে বিদ্যালয়ত চলাই আহিছে ব্যপক অৰাজগতা।

22/10/2025

পিৰাধৰা তিনি আলি বজাৰ প্ৰাংগনত অনুষ্ঠিত হয় ৰাইজৰ দলৰ বিশেষ যোগদান সভা।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ অন্তৰ্গত পিৰাধৰা তিনি আলি বজাৰ প্ৰাংগনত অনুষ্ঠিত হয় অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ এখন বিশেষ যোগদান সভা।

21/10/2025

লেংটিছিঙা ৰেডিয়েণ্ট একাডেমীত অসম চৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা।

বঙাইগাঁও জিলাৰ লেংটিছিঙা ৰেডিয়েণ্ট একাডেমীত অসম চৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা খন আজি অনুষ্ঠিত হয়।

Address

T. N. D Bazar
Barpeta
781319

Telephone

+916001074049

Website

Alerts

Be the first to know and let us send you an email when AIE Express 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AIE Express 24:

Share