NS 24 AXOM

NS 24 AXOM সত্য, শুদ্ধ, নিৰ্ভিক আৰু নিৰপেক্ষ।

ইতিহাসত সোনালী আখৰেৰে লিখা থাকিলশেষযাত্ৰাত পৃথিৱীৰ চতুৰ্থ সৰ্বোচ্চ বৃহৎ সমদল জুবিন গাৰ্গৰ ক্ষেত্ৰত হৈছে বুলি।
22/09/2025

ইতিহাসত সোনালী আখৰেৰে লিখা থাকিল
শেষযাত্ৰাত পৃথিৱীৰ চতুৰ্থ সৰ্বোচ্চ বৃহৎ সমদল জুবিন গাৰ্গৰ ক্ষেত্ৰত হৈছে বুলি।

22/09/2025

মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই।

21/09/2025
21/09/2025

জাতি নাই, ধৰ্ম নাই—সকলোৱে আজি একে শোকত নিমগ্ন।

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত জুবিন অনুৰাগীৰ অঘটন।
21/09/2025

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত জুবিন অনুৰাগীৰ অঘটন।

21/09/2025

আশাবোৰ কেৱল সপোন হৈ থাকি গ’ল
20/09/2025

আশাবোৰ কেৱল সপোন হৈ থাকি গ’ল

20/09/2025

জুবিন দাক বিদায় দিয়াৰ আমাৰ ভাষা নাই।

অনুৰাগীৰ কেমেৰাত আকাশমাৰ্গত আৱদ্ধ হোৱা সাইলাখ জুবিন গাৰ্গৰ এখন ফটো।
20/09/2025

অনুৰাগীৰ কেমেৰাত আকাশমাৰ্গত আৱদ্ধ হোৱা সাইলাখ জুবিন গাৰ্গৰ এখন ফটো।

20/09/2025

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ এয়া
চকুলোৰে শ্ৰদ্ধার্ঘ্য
কি এক শূন্যতা! দুঃসহ।

কাইলৈ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা আৰু বজালী জিলাতো অনুষ্ঠিত হ'বলগীয়া ছয়মাহিলি পৰীক্ষা বাতিল জিলা প্ৰশাসনৰ
19/09/2025

কাইলৈ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা আৰু বজালী জিলাতো অনুষ্ঠিত হ'বলগীয়া ছয়মাহিলি পৰীক্ষা বাতিল জিলা প্ৰশাসনৰ

তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।
19/09/2025

তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।

Address

Pathsala
Barpeta
781325

Telephone

+918822151272

Website

Alerts

Be the first to know and let us send you an email when NS 24 AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share