Jahangir Alom

Jahangir Alom জনসেৱা আল্লাহৰ সন্তুষ্টিৰ আশাত

বৰপেটাৰ পৰা ঘৰলৈ উভতি অহাৰ জলপথত আমি মামা ভাগিন।
28/08/2026

বৰপেটাৰ পৰা ঘৰলৈ উভতি অহাৰ জলপথত আমি মামা ভাগিন।

মই কাৰোবাক impress কৰিবলৈ নহয়,নিজৰ personality-টোক represent কৰিবলৈ ভাল পাওঁ।নিজৰ vibe, নিজৰ journey, নিজৰ rules.      ...
26/08/2026

মই কাৰোবাক impress কৰিবলৈ নহয়,
নিজৰ personality-টোক represent কৰিবলৈ ভাল পাওঁ।
নিজৰ vibe, নিজৰ journey, নিজৰ rules.

সমুদ্ৰৰ ঢৌৰ দৰে জীৱনটোও—কেতিয়াবা শান্ত, কেতিয়াবা উত্তাল। কিন্তু নিজৰ আত্মবিশ্বাস আৰু লক্ষ্যৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ...
26/08/2026

সমুদ্ৰৰ ঢৌৰ দৰে জীৱনটোও—কেতিয়াবা শান্ত, কেতিয়াবা উত্তাল।
কিন্তু নিজৰ আত্মবিশ্বাস আৰু লক্ষ্যৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ।

নিজৰ পথত, নিজৰ গতিত…শান্তি বিচাৰিবলৈ কেতিয়াবা দূৰলৈ যাব নালাগে—প্ৰকৃতিৰ কাষত অলপ সময়েই যথেষ্ট।
26/08/2026

নিজৰ পথত, নিজৰ গতিত…
শান্তি বিচাৰিবলৈ কেতিয়াবা দূৰলৈ যাব নালাগে—প্ৰকৃতিৰ কাষত অলপ সময়েই যথেষ্ট।

নদীৰ বুকুত নাও, চাৰিওফালে কুঁৱলী—শান্তিৰ এই মুহূৰ্তবোৰেই জীৱনৰ আটাইতকৈ ধুনীয়া স্মৃতি হৈ ৰৈ যায়। কোলাহলৰ পৰা অলপ আঁতৰি,...
22/08/2026

নদীৰ বুকুত নাও, চাৰিওফালে কুঁৱলী—
শান্তিৰ এই মুহূৰ্তবোৰেই জীৱনৰ আটাইতকৈ ধুনীয়া স্মৃতি হৈ ৰৈ যায়।

কোলাহলৰ পৰা অলপ আঁতৰি, প্ৰকৃতিৰ সৈতে অলপ সময়…

20/08/2026
আজি Hotel Nakshatra, Guwahati ত
20/08/2026

আজি Hotel Nakshatra, Guwahati ত

18/08/2026

Right

Address

Barpeta
781308

Website

Alerts

Be the first to know and let us send you an email when Jahangir Alom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jahangir Alom:

Shortcuts

Share