NE LIVE 24×7

NE LIVE 24×7 তথ্যনিষ্ঠ বাতৰিৰে আমি আহিছোঁ।আমি মানুহৰ বাবে মানুহৰ স্বাৰ্থত কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।

29/08/2026

জুৰীয়াত অপৰাধজনিত কাৰ্য্যকলাপৰ বিৰুদ্ধে থানা স্তৰৰ নাগৰিক সমিতিৰ সজাগতা সভা অনুষ্ঠিত।

29/08/2026

জুৰীয়া আৰক্ষীৰ সফল অভিযান,

৬খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ ৪ কুখ্যাত চোৰ।

29/08/2026

ৰঙিয়াৰ পুঠিমাৰীস্থিত জৱাহৰ জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণী সভা অনুষ্ঠিত

https://youtu.be/Jwosfwr75-k?si=dnbw8qKy55cIHdMD

29/08/2026

বৰপেটাৰোডৰ বালাভিঠা এখন চৰকাৰী বিদ্যালয়ত আজৱ কাণ্ড । এজন শিক্ষকে চলাই আছে পাঁচটা শ্ৰেণীৰ পাঠদান।

29/08/2026

বাইহাটাৰ চইণ্ট যোচেফ পাব্লিক স্কুলত উদ্ভাৱনী মূলক প্ৰদৰ্শনী অনুষ্ঠিত।

29/08/2026

কলগাছিয়াৰ খাতাৰটাৰীত ভাই ককায়েকৰ মাজত সংঘাত। কনিষ্ঠ ভাতৃয়ে দলবদ্ধ ভাৱে ভাং চুৰ কৰিলে ককায়েকৰ ঘৰ। কাটি তহিলং কৰিলে গছ গছনি। পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত কৰিলে এই কাণ্ড।

29/08/2026

বৰপেটাৰ কলগাছিয়াত গঢ়লৈ উঠিছে বগা চাউলৰ ক'লা বেহাৰ বৃহৎ সাম্ৰাজ্য।

এইবাৰ দুখীয়া নিচলা ৰাইজৰ বাবে চৰকাৰে যোগান ধৰা বগা চাউলৰ ক'লা বেহাত নামি পৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সদস্য আব্দুল লতিফ।

29/08/2026
28/08/2026

চাপৰৰ শালকোচা উপ আৰক্ষী চকীৰ অন্তৰ্গত টোকৰা বান্দা গাওঁত স্বামী-স্ত্ৰীক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক ভয়ং*কৰ মা*ৰপিট*ৰ ঘটনা।

28/08/2026

জুৰীয়া মহাবিদ্যালয়ৰ ৰীল বিতৰ্কৰ অৱসান।

জুৰীয়া মহাবিদ্যালয়ৰ চৌহদত ৰীল কনটেণ্ট বনোৱাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হাসমত আলীৰ ।

Address

Barpeta
781319

Alerts

Be the first to know and let us send you an email when NE LIVE 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE LIVE 24×7:

Shortcuts

Share