The NOTES एक दस्तावेज

The NOTES एक दस्तावेज This is a Council cm news web portal deals with fact & truth of society.It's real not manipulated.

04/11/2025

কলগাছিয়া এছাৰ পেট্ৰ'ল পাম্পত পানী মিহলাই তেল বিক্ৰী কৰা বাতৰিৰ স্পষ্টীকৰণ দিলে স্বত্বাধিকাৰী ৰফিকুল ইছলামে।

03/11/2025

২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ কলগাছিয়া ব্লক যুৱ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ইয়ামিন আলহাদীৰ মন্তব্য।

03/11/2025

৩১ অক্টোবৰ তাৰিখে বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হৈ যোৱা ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেলত অনাকাংক্ষিতভাৱে হোৱা মাৰপিটৰ ঘটনা সংক্ৰান্তত বনঘুগীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আব্দুল আৱালৰ সংবাদমেল।

31/10/2025

আপৰুভী গাঁওৰ ৬০ বছৰীয়া পুৰুষ নিৰুদ্দেশ।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আপৰুভী গাঁওৰ আৰফান আলী পিতৃ কুৰপান আলী আজি প্ৰায় ৬ মাহ আগতে নিৰুদ্দেশ হৈছে।

আৰফান আলীক দেখা পালে 9864465831 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ভুক্তভোগী পৰিয়ালে।

ভুক্তভোগী পৰিয়ালৰ পৰা কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলিও জানিব দিয়ে।

31/10/2025

কলগাছিয়া থানাৰ উদ্যোগত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে 'ৰাণ ফৰ ইউনিটি' আয়োজন কৰে।

30/10/2025

বিজেপি চৰকাৰে জুবিন দাক ন্যায় নিদিয়ে।

হিমন্ত বিশ্ব শৰ্মাই তো ১০০% ন্যায় নিদিয়ে।

ন্যায় দিবলৈ হলে দোষীক হয় ফাচি দিব লাগিব নহয় যাবজ্জীৱন কাৰাগাৰত দিব লাগিব।

অখিল গগৈ সম্পুৰ্ণ ভাৱেই অসন্তুষ্ট জুবিন গাৰ্গৰ হত্যাৰ তদন্তলৈ।

বৰপেটা জিলাৰ জনীয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অখিল গগৈৰ মন্তব্য।

30/10/2025

বৰপেটা জিলাৰ জনীয়াত প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়ক শেৰমান আলী আহমেদৰ মন্তব্য।

কংগ্ৰেছ দলৰ মন্দিয়া সমষ্টিৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি ইউছুব আলীক।
28/10/2025

কংগ্ৰেছ দলৰ মন্দিয়া সমষ্টিৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি ইউছুব আলীক।

28/10/2025

কলগাছিয়া ESSAR পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে কিছুমান দুষ্ট চক্ৰই ভুৱা আৰু ষড়যন্ত্ৰমূলক ভাৱে বাতৰি পৰিৱেশন কৰাত পেট্ৰ'ল পাম্পৰ স্বত্তাধিকাৰী ৰফিকুল ইছলামৰ স্পষ্টীকৰণ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ অন্তিম সৃষ্টি 'ৰৈ ৰৈ বিনালে' চলচ্চিত্ৰখনৰ কৰ ৰেহাই কৰিবলৈ অনুৰোধ জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীল...
27/10/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ অন্তিম সৃষ্টি 'ৰৈ ৰৈ বিনালে' চলচ্চিত্ৰখনৰ কৰ ৰেহাই কৰিবলৈ অনুৰোধ জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ।

26/10/2025

বৰপেটা জিলাৰ পিএম শ্ৰী স্কুল বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা জহুৰা খাতুন আৰু বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি আব্দুল হাইয়ে নিলম্বিত ভাৰপ্ৰাপ্ত অধ্যক্ষ মমতাজ খানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। উক্ত অভিযোগৰ ভিত্তিত মমতাজ খানৰ সংবাদ মেল।

25/10/2025

বৰপেটা জিলাৰ পিএম শ্ৰী বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিযোগৰ ভিত্তিত অধ্যক্ষা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে দিলে স্পষ্টীকৰণ।

Address

KALGACHIA
Barpeta
781319

Alerts

Be the first to know and let us send you an email when The NOTES एक दस्तावेज posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The NOTES एक दस्तावेज:

Share