SR Creation Assam

SR Creation Assam সমাজৰ প্ৰতি আমি দায়বদ্ধ | নিৰ্ভীক,নিৰপেক্ষ কন্ঠ।

03/09/2023

সিলঁসাকোত মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদ লৈ কৃষক নেতা আব্দুল আৱালৰ প্ৰতিক্ৰিয়া।

02/09/2023

বিজেপি চৰকাৰৰ দিনত মহিলাসকল অৰ্ধউলংগ হৈ প্ৰতিবাদ কৰিব লগা হৈছে

আগন্তুক প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে বহুত দৰকাৰী সাম্প্ৰতিক পৰিক্ৰমা(Current Affairs)ৰ প্ৰশ্নোত্তৰ।ভাল লাগিলে শেয়াৰ কৰি...
01/09/2023

আগন্তুক প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে বহুত দৰকাৰী সাম্প্ৰতিক পৰিক্ৰমা(Current Affairs)ৰ প্ৰশ্নোত্তৰ।ভাল লাগিলে শেয়াৰ কৰিবলৈ নাপাহৰিব।

31/08/2023

বজাৰত ঔষধ বিক্ৰী কৰা কেম্পেছাৰৰ কন্ঠত অসাধাৰণ গান।

আগন্তুক ২২০০০ পদৰ বাবে বহুত দৰকাৰী GK ৰ প্ৰশ্নোত্তৰ।ইয়াৰ পৰা দুই তিনিটা প্ৰশ্ন প্ৰায় অহা দেখা যায়।ভাল লাগিলে Share কৰিবল...
26/08/2023

আগন্তুক ২২০০০ পদৰ বাবে বহুত দৰকাৰী GK ৰ প্ৰশ্নোত্তৰ।ইয়াৰ পৰা দুই তিনিটা প্ৰশ্ন প্ৰায় অহা দেখা যায়।ভাল লাগিলে Share কৰিবলৈ নাপাহৰিব।এনেকুৱা আপডেট পাবলৈ আমাৰ পেজটো Like/Follow কৰি ৰাখিব।

আগন্তুক Direct Recruitment ৰ বাবে উপযোগী হোৱাকৈ।ভাল লাগিলে পেজটো Like/Follow আৰু Share কৰিবলৈ নাপাহৰিব।আজিৰ পৰা নিয়মিতভা...
24/08/2023

আগন্তুক Direct Recruitment ৰ বাবে উপযোগী হোৱাকৈ।ভাল লাগিলে পেজটো Like/Follow আৰু Share কৰিবলৈ নাপাহৰিব।আজিৰ পৰা নিয়মিতভাবে GK ৰ প্ৰশ্নোত্তৰবোৰ এইটো পেজত পাই থাকিব

20/08/2023

অসমৰ বৰপেটা জিলাৰ চেঙাত আজি হৈ যোৱা বিশাল নাওঁখেল প্ৰতিযোগীতা।

20/08/2023

চেঙাত হৈ যোৱা নাওঁখেলৰ প্ৰথম বিজয়ী দুয়োখন নাওঁৰ খেল।শ্বাহানাজ Vs মৈসাল বন্ধু।এই ৰাউণ্ডত শ্বাহানাজ জয়ী।

17/08/2023

পিলপিলি চালক ৰফিকুল ইছলামৰ কন্ঠত এটি অসাধাৰন গান।বন্ধুসকল ভাইৰেল কৰি দিয়ক।

16/08/2023

বৰপেটা জিলাৰ মন্দিয়া ভেলেংগী নদীত হৈ থকা অসম ভিত্তিত নাওঁখেল।

15/08/2023

ৰঙিয়া নদীৰ পামৰ তৰিফ মোল্লাই সাজি উলিয়াইছে এটি প্ৰকাণ্ড ডাঙৰ বাইসাল নাওঁ।অহাকালিৰ খেলৰ বাবে প্ৰচুৰ অনুশীলন চলাই আছে।

13/08/2023

গোৱালপাৰা আমছুৰ সভাত এটি আটক ধুনীয়া গোৱালপৰীয়া নৃত্য।

Address

Rangia Gaon, Sarthebari, Barpeta(Assam)India. . Hahchora To Rajakhat
Barpeta
781311

Telephone

+919365125017

Website

Alerts

Be the first to know and let us send you an email when SR Creation Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SR Creation Assam:

Share