31/08/2026
🔴বৰপেটাৰ জনীয়াত ৰাজ্যিক ভিত্তিত ই- ৰিক্সা চালক সন্থা গঠনাৰ্থে আয়োজিত সাধাৰণ সভাত গঠন হ'ল আহ্বায়ক কমিটী
🔴অসমৰ বিভিন্ন প্ৰান্তৰ ই-ৰিক্সা চালকসকলৰ যোগাযোগৰ বাবে মুকলি কৰি দিলে এই দুটা ফোন নম্বৰ- 60003 83275 / 8723002354