Sofiur Rahman

Sofiur Rahman জীয়াই থকা এক অপূৰ্ব মাদকতা

16/10/2025

11/10/2025

Mr. Chief Minister, আপুনি যে কেৱল মিঞা মিঞা চিঞৰি থাকে এটা কথা স্পষ্ট কৰক মিঞা সকল ভাৰতীয় হয় নে নাই ? যদি হয় তেন্তে আপুনি বিষয়বস্তুৰ পৰা ফালৰি কাটি গৈ আছে কিন্তু লাভ নহব । আৰু যদি ভাৰতীয় নহয় তেতিয়াহলে দেশৰ পৰা আতৰাই পঠাই দিয়ক । আপুনি এখন ৰাজ্যৰ মূৰব্বী। এই কথা পাহৰিয়েই গৈছে । আপুনি অসফল । সফল কোন ? যিয়ে সকলো জনগোষ্ঠীৰ কথা চিন্তা কৰে ।
হিন্দু -মছুলমান কৰি নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱা অসম্ভৱ। জুবিন দা ই কি শিকাই থৈ গল আপুনি দেখা নাই ?

📌"জুবিন দাই সকলো ধৰ্মক এক হ'বলৈ কৈ গ'ল", "এতিয়া আপুনি তেতু ফালি চিঞৰি লাভ নাই"
📌"২০২৬ ত মন্দিৰ-মছজিদ হিন্দু-মুছলীম কৰি নিৰ্বাচন জিকিব নোৱাৰিব"
📌"১২৫০ টকাৰ আঁচনিও কাম নিদিব"
Zubeen Garg দাদা miss u

Address

Barpeta
781308

Alerts

Be the first to know and let us send you an email when Sofiur Rahman posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sofiur Rahman:

Share

Category