Assam Express 365 Digital

Assam Express 365 Digital please like and follow my page

25/08/2025

পাকাবেতবাৰী সমষ্টিৰ লাছাংগাত AIUDF দলৰ যোগদান কাৰ্য্যসূচী। যোগদান কাৰ্যসূচী 500ৰ অধিক পুৰুষ মহিলাই যোগদান কৰে।

20/08/2025

উজনিত মিঞা শ্ৰমিকক উভতাই পঠিয়াই দিয়া লৈ গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ হুংকাৰ ।

20/08/2025

শ্ৰেণী কোঠাত অশ্লীলতা ।
অধ্যক্ষৰ বিৰুদ্ধে ক্ষোভ একাংশ ৰাইজৰ ।

19/08/2025

11/08/2025

অসমীয়া আমি মিঞা জাতি........

02/08/2025

উজনিত মিঞা বিৰোধী অভিযান আৰম্ভ বিভিন্ন দল সংগঠনৰ ।

02/08/2025

শুকুৰ আলীয়ে পলুৱাই নিলে দুই সন্তানৰ মাতৃক ।

01/08/2025

কলগাছিয়াৰ খাৰবাল্লীত ওলাইছে জীন বাবা ।নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাবাক লাগে ছোৱালী ।

হজ্ব যাত্ৰী সকলৰ বাবে ভাল খৱৰ ।আগন্তুক ২০২৬ চনৰ হজ্বযাত্ৰীৰ বাবে অনলাইন বুকিং চলিত মাহৰ ৭ তাৰিখৰ পৰা ৩১ তাৰিখলৈ চলিব ।সব...
20/07/2025

হজ্ব যাত্ৰী সকলৰ বাবে ভাল খৱৰ ।আগন্তুক ২০২৬ চনৰ হজ্বযাত্ৰীৰ বাবে অনলাইন বুকিং চলিত মাহৰ ৭ তাৰিখৰ পৰা ৩১ তাৰিখলৈ চলিব ।সবিশেষ জানিবলৈ 8011138799 নম্বৰত যোগাযোগ কৰক ।

হায়দৰ আলীৰ মহানুভৱতা।গোৱালপাৰাৰ উচ্ছেদিত ৫০ টা পৰিয়াললৈ দান কৰিলে ২৩ বিঘা মাটি।
14/07/2025

হায়দৰ আলীৰ মহানুভৱতা।
গোৱালপাৰাৰ উচ্ছেদিত ৫০ টা পৰিয়াললৈ দান কৰিলে ২৩ বিঘা মাটি।

12/07/2025

গুলীয়াই মাৰক বুকু পাতি দিছোঁ ।আমছুৱে গুলীক ভয় নকৰে ।

Address

Barpeta Road
Barpeta
781319

Telephone

+919435035040

Website

Alerts

Be the first to know and let us send you an email when Assam Express 365 Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Express 365 Digital:

Share