Doinik Axom Barta

Doinik Axom Barta please like and follow my page

30/08/2026

সাধুবাবাৰ বেশত *কু* কাণ্ড।
যুৱতীসহ গতালে আৰক্ষীক।
ধৰ্মীয় বেশক অ*পমানিত কৰাক লৈ ৰাইজে বিচাৰিলে উচিত শা*ন্তি ।অ*নৈতিক কাম কৰি ৰাইজৰ ৰো*ষ*ত সাধুবেশী ল*ম্প*ট।

30/08/2026

ইংৰাজী গীত গাই ভাইৰেল কলগাছিয়াৰ আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী আজমিনা খানম।

29/08/2026

হাউলীত নীতি বহিৰ্ভূত বাবে ২০ টকাকৈ সংগ্ৰহ।
হাউলী চাৰিআলিত ই ৰিক্সাৰ পৰা যোৰ যৱৰদস্তি সংগ্ৰহ।

29/08/2026

দে তিন চৰ দে... আৰু লগাই দে....
শইকীয়া তেলডিপুত অসমীয়া ছোৱালীক অ*শা*লীন ব্যৱহাৰ বিহাৰী যুৱকৰ।

29/08/2026

এটা ৰহস্যজনক বাকচ।
বানত উটি অহা এটি বাকচক লৈ চাঞ্চল্য।
কুঠাৰেৰে খুলি কি পালে চাওক।

স্বামীৰ সাচি ৰখা ১ লাখ ২০ হাজাৰ নগদ টকা পলায়ন। ৰং নম্বৰত প্ৰেম কৰি বিবাহ তাৰ ১২ বছৰ সংসাৰ কৰি অইন পুৰুষৰ লগত পলায়ন।
29/08/2026

স্বামীৰ সাচি ৰখা ১ লাখ ২০ হাজাৰ নগদ টকা পলায়ন।
ৰং নম্বৰত প্ৰেম কৰি বিবাহ তাৰ ১২ বছৰ সংসাৰ কৰি অইন পুৰুষৰ লগত পলায়ন।

29/08/2026

29/08/2026

ৰে’লৰ বিদ্যুৎ পৰিবাহী খুঁটাত উঠিল এগৰাকী মহিলা।
👉 ৰহাৰ চাপৰমুখ জংচনৰ প্লেটফৰ্মত শনিবাৰে পুৱাই লাগিল হুৱাদুৱা আৰু সৃষ্টি হয় চাঞ্চল্যৰ
👉 বৈদ্যুতিক খুঁটাৰ ওপৰত মহিলাগৰাকীক দেখি প্লেটফৰ্মত লাগিল হুৱাদুৱা।
👉 ৰে’ল বিভাগে কৰ্তন কৰিলে বিদ্যুত সৰবৰাহ
👉 মহিলাগৰাকীক নামি আহিবলৈ কাতৰ অনুৰোধ
👉 টকা যাচিছে, নাই লৰচৰ নকৰে, চাহ বিস্কুট যাচিছে, নাই কেৰেপেই নকৰে
👉 নানা ধৰণৰ প্ৰচেষ্টা চলালে SDRF আৰু ৰে’লৱে আৰক্ষীয়ে।
👉 তথাপি মহিলাগৰাকী নামিবলৈ অমান্তি
👉 অৱশেষত লাহে লাহে খুটাত উঠি গ’ল SDRF আৰু নমাই আনিলে মহিলাগৰাকীক
👉 মহিলাগৰাকীৰ নাম উৰ্মিলা মাহাতা আৰু উৰ্মিলাৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে।

29/08/2026

7 মিনিট 24 ছেকেণ্ডৰ অ*শ্লীল ভিডিঅ'
আৰু ৬০ উৰ্ধৰ এজন বৃদ্ধা
সমগ্ৰ ঘটনাক লৈ নিশা উ*ত্ত*প্ত পৰিস্থিতি।
ছালাকাটি আৰক্ষীক আৱদ্ধ কৰি জবাব দিহি কৰিলে দেওডোবাৰ গাঁৱৰ ৰাইজে।
৬০ উৰ্ধৰ বৃদ্ধায় একেখন গাঁৱৰে এগৰাকী মহিলাৰ সৈতে অ*বৈধ সম্পৰ্ক কৰি অ*শ্লীল ভিডিঅ প্ৰস্তুত কৰিছিল।
আৰু সেই অ*শ্লীল ভিডিঅ ঢোলমাৰা আৰু ৰঙামাটি অঞ্চলত ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছে ।
ভাইৰেল হোৱাৰ পিছতে দেওডোবা গাঁৱৰ ৰাইজৰ মাজত তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

29/08/2026

শি*হ*ৰ*ণকাৰী উদ্বাৰ অভিযান ।
এগৰাকী মহিলা উঠিল ৰেলৰ বিদ্যুৎ সংযোগী তাৰত আৰু তাৰ পিছত হুৱা দুৱা পৰিস্থিতিৰ।

Address

Barpeta Road
Barpeta
781319

Telephone

+919435035040

Website

Alerts

Be the first to know and let us send you an email when Doinik Axom Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Doinik Axom Barta:

Shortcuts

Share