16/03/2025
নিৰুদ্দেশ হৈছে হোজাই জিলাৰ অন্তৰ্গত মৌডঙ্গা গাঁৱৰ বাসিন্দা ফজল আলী নিৰুদ্দেশ হৈ আছে নিৰুদ্দেশ হোৱা ঘটনায়ে পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হয়।
যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা এই মানুহ জনৰ সন্ধান পায় তেন্তে 88119 14727 যোগাযোগ কৰিব পৰিয়ালৰ লোকে আহ্বান জনায়।