30/08/2026
🔵 জনীয়াত প্ৰথমবাৰৰ বাবে JPL—JANIA PREMIER LEAGUE ৰ শুভাৰম্ভ।
🔵 জনীয়াত পোন প্ৰথমবাৰৰ বাবে আই পি এলৰ আৰ্হিত অনুষ্ঠিত হৈছে JPL—JANIA PREMIER LEAGUE।
🔵 এই আকৰ্ষণীয় ক্ৰিকেট লীগখনৰ শুভ উদ্বোধন কৰে অসমীয়া খবৰৰ মুখ্য সম্পাদক বিশ্বজিৎ দাসে।